ETV Bharat / state

ডুমডুমাত নতুন ৰূপত গুটখাৰ প্ৰচলন অব্যাহত

author img

By

Published : Dec 3, 2019, 9:45 AM IST

পানমাছলাৰ নামত চলিছে নিষিদ্ধ গুটখাৰ ৰমৰমীয়া ব্যৱসায় । ডুমডুমাত বৃহত পৰিমাণৰ পান মছলা জব্দ কৰিলে বীৰ লাচিত সেনাই ।

Lachit Sena seized gutkha pan masala at Dumduma
ডুমডুমাত নতুন ৰূপত গুটখা

ডুমডুমা, 3 ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগে এবছৰৰ বাবে জাৰি কৰিছে গুটখা বন্ধৰ নিৰ্দেশ ৷ কিন্তু এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই গুটখাৰ প্ৰচলন ৷ কাগজৰ পেকেজিং কৰি পান মছলা নামেৰে পুনৰ আৰম্ভ হৈছে গুটাখা ৷ সোমবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডুমডুমাত বীৰ লাচিত সেনাই পানমছলা ভৰ্ত্তি AS-23BC-2306 নম্বৰৰ এখন এপে গাড়ী জব্দ কৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহে ৷ গুটখা ভৰ্ত্তি গাড়ীখন জব্দ কৰি আৰক্ষীক গতাই দিয়া হয় ৷ আনহাতে,বীৰ লাচিত সেনাই জব্দ কৰা গুটখা সমূহ মোকলাই নিবলৈ ডুমডুমা আৰক্ষী থানাত উপস্থিত হয় তিনিচুকীয়াৰ কুখ্যাত গুটখা ব্যৱসায়ী জনৈক বৰুৱা ৷

ডুমডুমাত গুটখা জব্দ

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি জিলাখনত তিনিচুকীয়া বৰদলৈ নগৰৰ জনৈক বৰুৱা নামৰ ব্যৱসায়ীজনে গুটখা ব্যৱসায় চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই ক্ষেত্ৰত আৰক্ষী তথা জিলাখনৰ উচ্চপদস্থ বিষয়াসকলেও তেখেতক সহায় কৰা বুলিও অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক- বিক্ৰম লেণ্ডাৰৰ ধংসাৱশেষৰ সম্ভেদ পাইছে নাছাই

Intro:Date: 03-12-2019

Slug: ডুমডুমাত নতুন ৰূপত গুটখা ৷

: পানমাছলাৰ নামত চলিছে নিষিদ্ধ গুটখাৰ ৰমৰমীয়া ব্যৱসায় ।

: ডুমডুমাত বৃহত পৰিমানৰ পানমাছলা জব্দ কৰিলে বীৰ লাচিত সেনাই ।

V/O: ৰাজ্য চৰকাৰৰ খাদ্য বিভাগে অসমত এবছৰ বাবে গুটখা বন্ধৰ নিৰ্দ্দেশ জাৰি কৰিলেও এতিয়াও বন্ধ হোৱা নাই গুটখাৰ প্ৰচলন ৷ এতিয়া গুটখাৰ নাম সলনি কৰি কাগজৰ পেকেজিং কৰি ন-ৰূপত পানমছলা নাম লৈ পুনৰ আৰম্ভ হৈছে গুটখা ৷ সোমবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডুমডুমাত বীৰ লাচিত সেনাই পানমছলা ভৰ্ত্তি AS 23 BC 2306 নম্বৰৰ এখন এপে গাড়ী জব্দ কৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে ৷ গুটখা ভৰ্ত্তি গাড়ীখন বীৰ লাচিত সেনাই জব্দ কৰি ডুমডুমা আৰক্ষীক গতাই দিয়ে । আনহাতে, বীৰ লাচিত সেনাই জব্দ কৰা গুটখা সমূহ মুকলাই নিবলৈ ডুমডুমা আৰক্ষী থানাত তিনিচুকীয়াৰ কুখ্যাত গুটখা ব্যৱসায়ী জনৈক বৰুৱা দলে-বলে হাজিৰ হোৱা বুলি জানিবলৈ পোৱা গৈছে । উজনি অসমত মানৱ জীৱন তথা নৱ প্ৰজন্মক ধবংসৰ গৰাহলৈ ঠেলি দিয়া এই বৰ বিহ ব্যৱসায় দীৰ্ঘ দিন ধৰি তিনিচুকীয়া বৰদলৈ নগৰৰ জনৈক বৰুৱা নামৰ এটা কুখ্যাত গুটখা ব্যৱসায়ীয়ে চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ আৰক্ষী আৰু জিলাখনৰ একাংশ দল-সংগঠনক মেনেজ কৰি এই গুটখা জাতীয় বৰ বিহ ব্যৱসায় দীৰ্ঘ দিন ধৰি জিলাখনত চলাই আহিছে ৷ কিন্ত প্ৰশ্ন হ'য়, এই মানৱ সম্পদ ধবংস কাৰী বৰবিহ গুটখা বন্ধ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনে সক্ষম হ'ব নে ?

Byte: লাচিত সেনাৰ বিষয়ববীয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 03-12-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.