ETV Bharat / state

চিকিৎসালয় আছে, নাই চিকিৎসক : যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে !

author img

By

Published : Feb 7, 2020, 4:57 PM IST

বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কঠালগুৰি আদৰ্শ চিকিৎসালয় খনত সকলো প্ৰকাৰৰ আন্তঃগাঁঠনি সা-সুবিধা থকা পাচতো এক মাত্ৰ চিকিৎসকৰ অভাৱৰ বাবেই অঞ্চলবাসীয়ে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ।

যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে
যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে

ডুমডুমা, 7 ফেব্ৰুৱাৰী : ৰাজ্যৰ স্বাস্থ্য বিভাগত ব্যাপক উন্নয়ন অব্যাহত ৷ আমি দেখুৱাম উন্নয়নৰ এখন সঁচা ছবি ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পেঙেৰীৰ ৰিতুকঠালগুৰিবাসী বৰ্তমান সময়তো প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কঠালগুৰি আদৰ্শ চিকিৎসালয় খনত সকলো প্ৰকাৰৰ আন্তঃগাঁঠনি সা-সুবিধা থকা পাচতো এক মাত্ৰ চিকিৎসকৰ অভাৱৰ বাবেই অঞ্চলবাসীয়ে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ।

পেঙেৰীৰ কঠালগুৰি আদৰ্শ চিকিৎসালয়ত পঁয়ালগা অৱস্থা

বৃহত্তৰ অঞ্চলবাসীৰ একমাত্ৰ চিকিৎসালয়খনত কোনো স্থায়ী চিকিৎসক নথকাত এগৰাকী অস্থায়ী চিকিৎসকে দিনৰ ভাগত ৰোগীৰ চোৱা চিতা কৰে । ইফালে চিকিৎসালয়খনত ৰোগীক বেজী দিবলৈ নাৰ্চ,ঔষধ দিবলৈ ফাৰ্মাচিষ্ট এজনো নাই । সমান্তৰালভাৱে আজিপৰ্যন্ত চিকিৎসালয় খনত থাকিবলগীয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও নাই । বৃহত্তৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণে চিকিৎসাৰ বাবে যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে । অনতিপলমে চিকিৎসালয় খনত চিকিৎসকৰ লগতে খালি হৈ থকা সকলোবোৰ পদ পূৰণ কৰিবলৈ দাবী জনাইছে । অন্যথা জংগী আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে ৷

Intro:Date: 07-02-2020

Slug: পেঙেৰীৰ কঠালগুৰি আদৰ্শ চিকিৎসালয়ত পঁয়ালগা অৱস্থা ।

V/O: যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগত চৰকাৰে ব্যাপক উন্নয়ন হোৱা বুলি ফুলজাৰী মাৰি থাকে তেনে সময়তে অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পেঙেৰীৰ ৰিতুকঠালগুৰি বাসীয়ে বৰ্তমান সময়তো প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কঠালগুৰি আদৰ্শ চিকিৎসালয় খনত সকলো প্ৰকাৰৰ আন্তঃগাঠনি সা-সুবিধা থকা পাছতো এক মাত্ৰ চিকিৎসকৰ অভাৱৰ বাবেই অঞ্চলবাসীয়ে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । বৃহত্তৰ অঞ্চলবাসীৰ একমাত্ৰ চিকিৎসালয়টোত কোনো স্থায়ী চিকিৎসক নথকাত এগৰাকী অস্থায়ী চিকিৎসকে দিনৰ ভাগত ৰোগীৰ চোৱা চিতা কৰে । উক্ত চিকিৎসালয়খনত ৰোগীক বেজি দিবলৈ নাৰ্ছ, ঔষধ দিবলৈ ফাৰ্মাচিচ আদিও নাই । চিকিৎসালয় এখনত থাকিবলগীয়া চতুৰ্থ বৰ্গ কৰ্মচাৰী আদিও এই আদৰ্শ চিকিৎসালয় খনত নাই । ইয়াৰ ফলত ৰিতুকঠালগুৰি লগতে বৃহত্তৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণে চিকিৎসাৰ বাবে জমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমছা আঞ্চলিক সমিতিয়ে অনতিপলমে চিকিৎসালয় খনত চিকিৎসকৰ লগতে খালি হৈ থকা সকলোবোৰ পদ পুৰণ কৰিবলৈ দাবী জনাইছে । সংগঠনটোৰ এই দাবী অতি শীৰ্ঘ্ৰে পুৰণ নকৰিলে জংগী আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

Byte: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, পেঙেৰী-বৰডুমছা আঞ্চলিক সমিতিৰ নেতৃত্ব ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 07-02-2020

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.