ETV Bharat / state

কুইপ’ৰ দুই বিষয়াৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া - ডঃ হিমন্ত বিশ্ব শৰ্মা

কুইপ’ৰ দুই অপহৃত বিষয়াৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

as_ghy_himanta-biswa-sharma-reacted-on-the-abduction-of-two-oil-officers_vis_as10027
কুই'পৰ দুই বিষয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Feb 23, 2021, 10:56 AM IST

তিনিচুকীয়া,23 ফেব্ৰুৱাৰী: কুইপ’ৰ দুই অপহৃত বিষয়াৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ দুয়োগৰাকী বিষয়াকে মুকলি কৰি ৰাজ্যত পুনৰ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ আলফা(স্বা)ক আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, আলফা(স্বা) এ দাবী কৰা মুক্তিপণ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, আলফাই বিচাৰিলেও কোম্পানীটোৱে টকা দিব নোৱাৰে ৷ ভাৰতৰ সংবিধানত উল্লেখ থকা অনুসৰি যদিহে কোনো প্ৰতিষ্ঠানে সশস্ত্ৰ বাহিনীক ধন দিয়ে, তেন্তে তেওঁলোক শাস্তিৰ সন্মুখীন হ’ব ৷ এইদৰে প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ৷

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, সোমবাৰে নাহৰকটীয়াৰ চাচনীৰ মেৰবিল চাচনী মজলীয়া বিদ্যালয় খেলপথাৰ প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুইপ’ কোম্পানীৰ দুই বিষয়াৰ অপহৰণৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক-বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.