ডিগবৈ, 15 জুনঃ বাঢ়নী পানীত ডুব গ'ল ডিগবৈৰ আই অ চি শোধানাগাৰৰ টাৰ্মিনেল ৷ শনিবাৰে পুৱাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলতে ডুব গ'ল টাৰ্মিনেলটো । ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হোৱাত ডুব যায় কাৰ্য্যালয়ৰ ভিতৰচৰা লগতে CCTV কেমেৰাও । আনহাতে, টাৰ্মিনেলটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আৱদ্ধ হৈ পৰিছে ৰাজপথত । যাৰ ফলত যান-জঁটৰ সৃষ্টি হৈছে । লগতে সমস্যাৰ বুজ ল'বলৈ আই অ চিৰ কোনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে একাংশই । বানৰ ফলত টাৰ্মিনেলটোৰ সকলো কাম কাজ বন্ধ হৈ পৰিছে । আই অ চিয়ে বৰষুণৰ পানী বাহিৰলৈ ওলোৱা কোনো ব্যৱস্থা নকৰাৰ পৰিণতিতে বাৰিষা হ'লেই এনেদৰেই বানে সমস্যাৰ সৃষ্টি কৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে গোলাইৰ সমিতিৰ বিষয়ববীয়াই ৷
বানত বুৰিল ডিগবৈ শোধনাগাৰৰ টাৰ্মিনেল - অসম নিউজ
টাৰ্মিনেলটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আৱদ্ধ হৈ পৰিছে ৰাজপথত । ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁট
ডিগবৈ, 15 জুনঃ বাঢ়নী পানীত ডুব গ'ল ডিগবৈৰ আই অ চি শোধানাগাৰৰ টাৰ্মিনেল ৷ শনিবাৰে পুৱাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলতে ডুব গ'ল টাৰ্মিনেলটো । ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হোৱাত ডুব যায় কাৰ্য্যালয়ৰ ভিতৰচৰা লগতে CCTV কেমেৰাও । আনহাতে, টাৰ্মিনেলটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আৱদ্ধ হৈ পৰিছে ৰাজপথত । যাৰ ফলত যান-জঁটৰ সৃষ্টি হৈছে । লগতে সমস্যাৰ বুজ ল'বলৈ আই অ চিৰ কোনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে একাংশই । বানৰ ফলত টাৰ্মিনেলটোৰ সকলো কাম কাজ বন্ধ হৈ পৰিছে । আই অ চিয়ে বৰষুণৰ পানী বাহিৰলৈ ওলোৱা কোনো ব্যৱস্থা নকৰাৰ পৰিণতিতে বাৰিষা হ'লেই এনেদৰেই বানে সমস্যাৰ সৃষ্টি কৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে গোলাইৰ সমিতিৰ বিষয়ববীয়াই ৷
শোধনাগাৰৰ টাৰ্মিনেলত বানপানী ৷ ধাৰাষাৰ বৰষুনৰ ফলত ডুব গল টাৰ্মিনেলটো ।
Anchor/V. O.--- সংকটৰ গৰাহত ডিগবৈ গোলাইস্থিত আই অ চিৰ টাৰ্মিনেলতো। আজি ধাৰাসাৰ বৰষুণৰ ফলত ডুব গ'ল টাৰ্মিনেল তোৰ ভিতৰখন। ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হোৱাত ডুব যায় কাৰ্য্যালয়ৰ ভিতৰচৰা লগতে CCTV কেমেৰাও। টাৰ্মিনেল টোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আবদ্ধ হৈ পৰিছে ৰাজপথত।যাৰ ফলত যানজতৰ সৃষ্টি হৈছে। এই সমস্যাৰ বুজ লবলৈ আই অ চিৰ কোনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে একাংশই ।বানপানীৰ ফলত টাৰ্মিনেল তোৰ সকলো কাম কাজ বন্ধ হৈ পৰিছে। আই অ চি য়ে বৰষুণৰ পানী বাহিৰলৈ ওলোৱা কোনো উচিত যোগান নকৰাৰ পৰিণতিতে বাৰিষা হ'লেই এনেদৰেই বানপানীৰ সমস্যাৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে গোলাইৰ সমিতিৰ মুখ্য বিষয়াজনে এনেদৰে...
Body:Byte-gulai association leader
Byte-Tanker driverConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ