ETV Bharat / state

কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Nov 9, 2019, 9:16 PM IST

কোনো খনিজ জুলীয়া পদাৰ্থত অগ্নি সংযোগ হোৱাৰ ফলত সংঘটিত হৈছে অগ্নিকাণ্ড ৷ ৰাইজৰ অভিযোগ সম্পূৰ্ণ অবৈধভাৱে ৰখা হৈছিল এই সামগ্ৰীসমূহ ৷

কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড

শদিয়া, 9 নৱেম্বৰঃ তিনিচুকীয়াৰ কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড । কাকপথাৰৰ ২ নং চেলেংগুৰি অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ শনিবাৰে সন্ধিয়া প্ৰায় পাঁচ মান বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জাহ যায় এখন গাহৰি পাম ৷ লগতে জুইত তিনিটাকৈ গাহৰিৰ পোৱালী ছাই হৈ যোৱাৰ উপৰিও গুৰুতৰভাবে আঘাট প্ৰাপ্ত হৈছে আন তিনিটাকৈ গাহৰি ৷ ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

আনহাতে, কথমপি ৰক্ষা পৰে অঞ্চলটোত বাস কৰা কেইবাটাও পৰিয়াল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কোনো খনিজ জুলীয়া পদাৰ্থত অগ্নি সংযোগ হোৱাৰ ফলত সংঘটিত হৈছে এই ঘটনা ৷ তাৰোপৰি ৰাইজৰ অভিযোগ সম্পূৰ্ণ অবৈধভাৱে ৰখা হৈছিল এই সামগ্ৰীসমূহ ৷

কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড

ইমানেই নহয় বৃহৎ পৰিমাণৰ পেট্ৰ'লিয়াম জাতীয় সামগ্ৰী এই জনবসতি ঘন এলেকাত ক'ৰ পৰা কেনেকৈ আহিল আৰু ইয়াৰ গৰাকী কোন সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ স্থানীয় ৰাইজৰ দাবী আৰক্ষীয়ে এই বিষয়টোৰ উপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগীক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷

Intro:*Big Breaking News*

Slug--কাকপথাৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

V/O-- শদিয়া : : তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। কাকপথাৰৰ ২ নং চেলেংগুৰি অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ আজি সন্ধিয়া প্ৰায় পাঁচ মান বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জাহ গৈছে এখন গাহৰি পাম ৷ জুইত ছাই হৈ গল তিনিটাকৈ গাহৰিৰ পোৱালী আৰু আঘাট প্ৰাপ্ত হৈছে তিনিটাকৈ গাহৰি ৷ ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আহি জুই নুমুৱাবলৈ সক্ষম হয় ৷ কথমপি ৰক্ষা পৰিছে এই অঞ্চলটোত বাস কৰা কেইবা ঘৰো লোক ৷ স্থানীয় ৰাইজৰ অভিযোগ যে কোনো খনিজ জুলিয়া পদৰ্থৰ ফলত এই ঘটনা সংঘটিত হৈছে৷ লগতে ৰাইজে অভিযোগ কৰিছে যে সম্পূৰ্ণ অবৈধ ভাৱে ৰখা হৈছিল এই সমূহ সামগ্ৰী ৷ এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ’ল য়ে ইমান বৃহৎ পৰিমানৰ পেট্ৰলিয়াম জাতীয় সামগ্ৰী এই জনবসতি ঘন এলেকাত কৰ পৰা কেনেকৈ আহিল আৰু ইয়াৰ গৰাকী কোন ৷ স্থানীয় ৰাইজে দাবী কৰিছে যে আৰক্ষীয়ে এই বিষয়টোৰ উপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ভোক্তভোগীক উচিত ক্ষতিপূৰণ দিয়ক ৷Body:Byte : 1/ farm owner
2/ publicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.