ETV Bharat / state

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত তালাপত আটছাৰ প্ৰতিবাদ - চাহ শ্ৰমিকৰ দৈনিক মজুৰি

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকৰ আৱাস গৃহসমূহ নতুনকৈ নিৰ্মাণ কৰা, বাগিচাৰ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ তুলনাত শিক্ষক নিযুক্তি দিয়া, বাগিচা সমূহত থকা চিকিৎসালয় সমূহৰ আন্তঃগাঁথনি উন্নত কৰাকে ধৰি চাহ শ্ৰমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত APEEJAY চাহ কোম্পানীৰ তালাপস্থিত ৰেজিষ্টাৰ অফিচৰ সন্মূখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

doomdoma protest
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত তালাপত আটছাৰ প্ৰতিবাদ
author img

By

Published : Nov 28, 2020, 5:32 PM IST

ডুমডুমা,28 নৱেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তালাপ শাখা সমিতিৰ উদ্যোগত শনিবাৰে তালাপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকৰ আৱাস গৃহসমূহ নতুনকৈ নিৰ্মাণ কৰা, বাগিচাৰ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ তুলনাত শিক্ষক নিযুক্তি দিয়া, বাগিচা সমূহত থকা চিকিৎসালয় সমূহৰ আন্তঃগাঁথনি উন্নত কৰাকে ধৰি চাহ শ্ৰমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত APEEJAY চাহ কোম্পানীৰ তালাপস্থিত ৰেজিষ্টাৰ অফিচৰ সন্মূখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত তালাপত আটছাৰ প্ৰতিবাদ

অতি শীঘ্ৰেই উক্ত দাবীসমূহৰ ক্ষেত্ৰত APEEJAY চাহ কোম্পানী তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।
লগতে পঢ়ক : শোণিতপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ অভিলেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.