ETV Bharat / state

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথঃ হাৰাশাস্তিৰ সন্মুখীন তিনিচুকীয়াবাসী - 37নং ৰাষ্ট্ৰীয় ঘাইপথ

সদাব্যস্ত তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথছোৱা ভাঙি বিধ্বস্ত হৈ পৰাত বাণিজ্যিক চহৰখনত ব্যাপক যানজঁটৰ সমস্যাৰ সৃষ্টি হৈছে ৷ ইপিনে জৰাজীৰ্ণ পথছোৱাক লৈ গড়কাপ্তানি বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে হিন্দু ছাত্ৰ সন্থাই ৷

বিধস্ত 37নং ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : May 13, 2019, 12:58 PM IST

তিনিচুকীয়া , 13 মে': তিনিচুকীয়া জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে ৷ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাৰ পৰা তিনিচুকীয়া চহৰলৈকে 37 নং ৰাষ্ট্ৰীয় ঘাই পথছোৱা বিধ্বস্ত হৈ পৰাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে ৷

বিধস্ত 37নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা খুৱাইছে তিনিচুকীয়াবাসীক!

সদাব্যস্ত তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথছোৱা ভাঙি বিধ্বস্ত হৈ পৰাত বাণিজ্যিক চহৰখনত ব্যাপক যানজঁটৰ সমস্যাৰ সৃষ্টি হৈছে ৷ ইপিনে জৰাজীৰ্ণ পথছোৱাক লৈ গড়কাপ্তানি বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে হিন্দু ছাত্ৰ সন্থাই ৷ সেয়ে অতি শীঘ্ৰে বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথতো মেৰামতি নকৰিলে হিন্দু ছাত্ৰ সন্থাই আন্দোলনৰ হুংকাৰ দিয়ে ৷

Intro:Story:-বিধস্ত তিনিচুকীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ::নিৰ্বিকাৰ গঢ় কাপ্তানি বিভাগ

OC/VO:-ক্ৰমাত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ অৱস্থা শোচনীয় হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ গৃহ নগৰ চাবুৱাৰ পৰা তিনিচুকীয়া চহৰলৈকে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ চোৱা বিধস্ত হৈ পৰাত দুৰ্ভোগ ভুগিব লগীয়া হৈছে জনসাধাৰণে। সদা ব্যস্ত তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথছোৱা ভাঙি বিধস্ত হৈ পৰাত বাণিজ্যিক চহৰ খনত ব্যাপক যান যঁত সমস্যাৰ সৃষ্টি হৈছে। জৰাজীন্ন পথছোৱাক লৈ নিৰ্বিকাৰ ভূমিকা পালন কৰি অহা গঢ় কাপ্তানি বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হিন্দু ছাত্ৰ সন্থা। অতি সোনকালে বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথতো মেৰামতি নকৰিলে আন্দোলনৰ হুংকাৰ দিছে হিন্দু ছাত্ৰ সন্থাই।

Body:BYET:-মনিষ দত্ত,সভাপতি হিন্দু ছাত্ৰ সন্থা।

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.