ETV Bharat / state

"কা" বাতিলৰ দাবীত ডুমডুমা আৰু কামপুৰত প্ৰতিবাদ - ডুমডুমা কা প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডুমডুমাত আছুৰ মানৱ শৃংখল । সমান্তৰালকৈ বঢ়মপুৰৰ কামপুৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ অৱস্থান ধৰ্মঘট ৷

CAA protest at Dumduma and Kampur
"কা" বাতিলৰ দাবীত ডুমডুমা আৰু কামপুৰত প্ৰতিবাদ
author img

By

Published : Feb 3, 2020, 4:11 PM IST

ডুমডুমা,3 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ আছে সমগ্ৰ ৰাজ্য ৷ আইনখন বাতিলৰ দাবীত ডুমডুমাত আছুৰ মানৱ শৃংখল । ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডুমডুমাৰ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সহযোগত ডুমডুমা নগৰৰ মাজ মজিয়াত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ডুমডুমা অঞ্চলৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷ "কা" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

"কা" বাতিলৰ দাবীত ডুমডুমা আৰু কামপুৰত প্ৰতিবাদ
"কা" বাতিলৰ দাবীত ডুমডুমা আৰু কামপুৰত প্ৰতিবাদ

কামপুৰঃ ডুমডুমাৰ সমান্তৰালকৈ বঢ়মপুৰৰ কামপুৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ অৱস্থান ধৰ্মঘট ৷ সোমবাৰে কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই কামপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত আইনখন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ অখিল গগৈকে ধৰি কাৰাবন্দী হৈ থকা সকলো প্ৰতিবাদকাৰীকে অনতিপলমে মুক্তিৰ দাবীৰে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে কামপুৰ খিলঞ্জীয়া ঐক্য মঞ্চই ৷

লগতে পঢ়ক-বাজেট ২০২০—কি যে এক হতাশা!

Intro:Date: 03-02-2020

Slug: "কা" বাতিলৰ দাবীত ডুমডুমাত আছুৰ মানৱ শৃংখল ।

V/O: নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোদ্ধে প্ৰতিবাদমুখৰ হৈ আছে সমগ্ৰ ৰাজ্য ৷ নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোদ্ধে আজি মানৱ শৃংখলেৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডুমডুমাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত ডুমডুমা নগৰৰ মাজ মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে 'কা’ ৰ বিৰোদ্ধে এইদৰে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত ডুমডুমা অঞ্চলৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷ উপস্থিত সকলোৱে নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰাৰ লগতে "কা" আন্দোলনত গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰো দাবী জনাই ।

Byte: আছু নেতা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 03-02-2020

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.