ETV Bharat / state

তিনিচুকীয়াত নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ!

দেওবাৰে পেঙেৰী সেনা চাউনীত পেঙেৰীৰ টেকেৰী গাঁৱৰ যুৱক বগা বড়াক আসুৰিক অত্যাচাৰ সেনাৰ

author img

By

Published : Aug 25, 2019, 2:40 PM IST

তিনিচুকীয়াত নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ
  • তিনিচুকীয়াত পুনৰ নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ
  • দেওবাৰে পেঙেৰী সেনা চাউনীত পেঙেৰীৰ টেকেৰী গাঁৱৰ যুৱক বগা বড়াক আসুৰিক অত্যাচাৰ সেনা বাহিনীৰ
    তিনিচুকীয়াত নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ
  • পুৱা শোৱা পাটিৰ পৰা উঠাই নি বগা বড়াক সেনাবাহিনীৰ জোৱানে লাঠীৰে মৰিয়াই মৰিয়াই পুখুৰীত জুবুৰিয়াই থয়
  • যুৱকজনৰ ওপৰত সেনা বাহিনীৰ এনে আসুৰিক অত্যাচাৰৰ কাৰণ ৰহস্যৰ আৱৰ্তত
  • স্থানীয় আৰক্ষী থানাত খবৰ দিলে যুৱকজন আকৌ অত্যাচাৰ কৰাৰ ভাবুকি সেনাৰ

Intro:BIG BREAKING NEWS:-
তিনিচুকীয়াত পুনৰ নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ

দেওবাৰে পেঙেৰীৰ টেকেৰী গাঁৱৰ যুৱক বগা বড়াক আসুৰিক অত্যাচাৰ পেঙেৰী সেনা চাউনীত

পুৱা শুৱা পাটিৰ পৰা উঠাইনি বগা বড়াক সেনাবাহিনীৰ জোৱানে লাঠীৰে মৰিয়াই মৰিয়াই পুখুৰী জোবুৰিয়াই থৈছিল

কি কাৰণত এইদৰে আসুৰিক অত্যাচাৰ কৰিলে নিৰীহ যুৱক জনক সেয়া ৰহস্যৰ আৱৰ্তত

স্থানীয় আৰক্ষী থানাত খৱৰ দিলে যুৱকজন আকৌ অত্যাচাৰ কৰাৰ ভাবুকি সেনাৰ

ঘটনাৰ পিছতেই তিব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়াতBody:nilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.