ETV Bharat / state

মাৰ্ঘেৰিটাত উলহ-মালহৰে আলি-আয়ে-লৃগাং উদযাপন - মিচিং জনগোষ্ঠী

তিনিচুকীয়া জিলাত উলহ-মালহেৰে উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং ৷ পুৱাৰে পৰা মাংগলিক ৰীতি-নীতিৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷

alia-ai-ligang-celebrate-in-margherita
মাৰ্ঘেৰিটাত উলহ-মালহৰে আলি-আয়ে-লৃগাং উদযাপন
author img

By

Published : Feb 17, 2021, 10:53 PM IST

মাৰ্ঘেৰিটা, 17 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত উলহ-মালহেৰে উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং ৷ পুৱাৰে পৰা মাংগলিক ৰীতি-নীতিৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷

মাৰ্ঘেৰিটাত উলহ-মালহৰে আলি-আয়ে-লৃগাং উদযাপন

তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তৰ জাগুনৰ লাকলা মিচিং গাঁৱতো আলি-আয়ে-লৃগাঙক লৈ ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে । লাকলা মিচিং গাঁৱৰ বয়োজেষ্ঠ, ডেকা-গাভৰু, জীয়ৰী, বোৱাৰী সকলো একত্ৰিত হৈ ৰীতি-নীতিৰে পালন কৰিলে জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি-আয়ে লৃগাং ৷

লগতে পঢ়ক : যোৰহাটৰ মিচিং সকলৰ মাজত আলি আয়ে লৃগাঙৰ উছাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.