ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশন - তিনিচুকীয়া

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি ডুমডুমা মহাবিদ্যালয়ত আলোচনা চক্ৰ ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশন
author img

By

Published : Aug 27, 2019, 5:33 PM IST

তিনিচুকীয়া, ২৭ আগষ্ট : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক ডুমডুমা অধিবেশনৰ লগত সংগতি ৰাখি মঙলবাৰে ডুমডুমা মহাবিদ্যালয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত আলোচনাচক্ৰত "প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ২০১৯ আৰু ইয়াৰ সাম্ভাব্য প্ৰায়োগিক সমস্যা আৰু সমাধানৰ উপায়" শীৰ্ষক বিষয়ক আলোচনা কৰা হয় ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশন

আলোচনাচক্ৰখন উদ্ধোধন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰকাশ জ্যোতি বৰঠাকুৰে । ড০ আব্দুল কাদিৰৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ দীনেশ বৈশ্য । আলোচনাচক্ৰত তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে অংশগ্ৰহণ কৰে ।

Intro:Date: 27-08-2019

Slug: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি ডুমডুমা মহাবিদ্যালয়ত আলোচনা চক্ৰ ।

V/O: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক ডুমডুমা অধিবেশনৰ লগত সংগতি ৰাখি আজি ডুমডুমা মহাবিদ্যালয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'য় । যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত "প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ২০১৯" আৰু ইয়াৰ সাম্ভাব্য প্ৰায়োগিক সমস্যা আৰু সমাধানৰ উপায়" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'য় । ডুমডুমা মহাবিদ্যালয়ৰ "কল্লোল" প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা চক্ৰ উদ্ধোধন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড• প্ৰকাশ জ্যোতি বৰঠাকুৰে । আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ ড• দীনেশ বৈশ্য, আলোচক চক্ৰ সঞ্চালনা কৰে ড• আব্দুল কাদিৰে । আলোচক চক্ৰত তিনিচুকীয়া জিলাখনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে অংশগ্ৰহণ কৰে ।

Byte: যুৱ-ছাত্ৰ নেতা ।Body:Date: 27-08-2019

Byte: যুৱ-ছাত্ৰ নেতা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.