ETV Bharat / state

বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই

author img

By

Published : Jul 12, 2019, 8:28 AM IST

পেঙেৰী আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত আটক ধনজ্যোতি ডাঙৰীয়া আৰু সোণকণ বৰুৱা ৷

বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই
  • পেঙেৰী আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত বৰডুমচাৰ ৰিতু কঁঠালগুৰিৰ পৰা ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) জব্দ
  • আৰক্ষীৰ অভিযানত ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) সহ দুজনক আটক
    ETV BHARAT
    বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই
  • আটকাধীন দুজন মাকুমৰ ধনজ্যোতি ডাঙৰীয়া আৰু পেঙেৰী কঠালগুৰি গাঁৱৰ সোণকণ বৰুৱা বুলি জানিব পৰা গৈছে
    ETV BHARAT
    বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই
  • আটকাধীন দুজনৰ পৰা আৰক্ষীয়ে AS 23 K 1009 নম্বৰৰ এখন বলেৰ' বাহনো জব্দ কৰিছে
    ETV BHARAT
    বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই
  • বৰডুমচাৰ মহাদেৱপুৰৰ পৰা বলেৰ' বাহনত গাঞ্জা (ভাং) খিনি ৰিতু কঁঠালগুৰিলৈ নি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে

Intro:Breaking News

পেঙেৰী আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত বৰডুমচাৰ ৰিতু কঁঠালগুৰিৰ পৰা ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) জব্দ ।

আৰক্ষীৰ অভিযানত ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) সহ দুজনক আটক ।

আটকাধীন দুজন মাকুমৰ ধনজ্যোতি ডাঙৰীয়া আৰু পেঙেৰী কঠালগুৰি গাওঁৰ সোনকন বৰুৱা বুলি জানিব পৰা গৈছে ।

আটকাধীন দুজনৰ পৰা আৰক্ষীয়ে AS 23 K 1009 নম্বৰৰ এখন বলেৰ' বাহনো জব্দ কৰিছে ।

বৰডুমচাৰ মহাদেৱপুৰৰ পৰা বলেৰ' বাহনত গাঞ্জা (ভাং) খিনি ৰিতু কঁঠালগুৰিলৈ নি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ।Body:Breaking News

পেঙেৰী আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত বৰডুমচাৰ ৰিতু কঁঠালগুৰিৰ পৰা ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) জব্দ ।

আৰক্ষীৰ অভিযানত ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) সহ দুজনক আটক ।

আটকাধীন দুজন মাকুমৰ ধনজ্যোতি ডাঙৰীয়া আৰু পেঙেৰী কঠালগুৰি গাওঁৰ সোনকন বৰুৱা বুলি জানিব পৰা গৈছে ।

আটকাধীন দুজনৰ পৰা আৰক্ষীয়ে AS 23 K 1009 নম্বৰৰ এখন বলেৰ' বাহনো জব্দ কৰিছে ।

বৰডুমচাৰ মহাদেৱপুৰৰ পৰা বলেৰ' বাহনত গাঞ্জা (ভাং) খিনি ৰিতু কঁঠালগুৰিলৈ নি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.