ETV Bharat / state

স্ব-প্ৰয়াসেৰে সুপ্ত প্ৰতিভাক বিকশিত কৰা প্ৰতীক্ষা - lock down

উত্তৰ জামুগুৰিস্থিত ধলাইবিলৰ মডেল ইংলিচ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰতীক্ষাই লক ডাউনৰ সময়খিনি অপব্যয় নকৰি টিভি, ইউটিউব আদিত উপলব্ধ ভিডিঅ' চাই সমৰ কলাৰ লগতে এফালৰ পৰা শিকি গৈছে বহু নৃত্যু ৷

প্ৰতীক্ষা বৰা
প্ৰতীক্ষা বৰা
author img

By

Published : Sep 16, 2020, 2:09 PM IST

চতিয়া, 16 ছেপ্তেম্বৰ: লক ডাউনৰ সমছোৱাত কবিতা, ছবি তথা বিভিন্ন সৃজনীশীল কাৰ্য অব্যাহত ৰাখি সুপ্ত প্ৰতিভা বিকাশৰ সাধনা কৰি গৈছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ সেই সকলৰ মাজৰে অন্যতম শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ অন্তৰ্গত টুপীয়া অঞ্চলৰ বাসিন্দা প্ৰতীক্ষা বৰা নামৰ এটি কণমানি ৷ প্ৰতীক্ষাই লক ডাউনৰ সময়ত সময় অপচয় নকৰি টিভি, ইউটিউব আদিত উপলব্ধ ভিডিঅ' চাই সমৰ কলাকে আদি এফালৰ পৰা শিকি গৈছে বহু নৃত্যু ৷ উত্তৰ জামুগুৰিস্থিত ধলাইবিলৰ মডেল ইংলিচ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰতীক্ষাই ঘৰতে থাকি নিজৰ একান্ত আগ্ৰহেৰে নিজৰ সুপ্ত প্ৰতিভাৰ বিকশিত কৰিছে ৷ টুপীয়া নিবাসী ঈশ্বৰ বৰা আৰু অনামিকা বৰাৰ জীয়ৰী প্ৰতীক্ষাৰ মন, নিজকে এনেবোৰ কলাৰ জৰিয়তে এক উচ্চ পৰ্যায়লৈ নিয়াৰ ৷ ইতিমধ্যেই কণমানি গৰাকীৰ প্ৰতিভাই ব্যাপক প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ভিন্ন জনৰ ৷

স্ব-প্ৰয়াসেৰে সুপ্ত প্ৰতিভাক বিকশিত কৰা প্ৰতীক্ষা

লগতে পঢ়ক: দোকানতেই পৰি ৰৈছে বিশ্বকৰ্মা পূজাৰ মৃন্ময় মূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.