ETV Bharat / state

NDFB(S)ৰ অস্ত্ৰ সম্বৰণঃ কি চৰ্তত মান্তি হ'ল আলোচনাত বহিবলৈ !

author img

By

Published : Jan 13, 2020, 6:29 PM IST

Updated : Jan 13, 2020, 8:16 PM IST

কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শনিবাৰে সংগঠনটোৰ অধ্যক্ষ চাউৰাগৌৰা, তেওঁৰ পৰিয়ালক নিৰাপত্তাৰক্ষীৰ এটা দলৰ স'তে ভাৰতৰ মণিপুৰৰ তামুট ম্যানমাৰ আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি এক বিশেষ স্থানত ৰখা হৈছে । মুঠ ৫০ জনীয়া সদস্যৰ দলটো নাগালেণ্ডত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষী সকলৰ মাজত আবদ্ধ হৈ আছে ।

NDFB(S) অস্ত্ৰ সম্বৰণ
NDFB(S) অস্ত্ৰ সম্বৰণ

তেজপুৰ,১৩ জানুৱাৰী: বি টি এ ডিত স্থায়ী শান্তি স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে শেহতীয়াকৈ নেচনেল ডেমিক্ৰেটি ফ্ৰণ্ট অব বড়োলেণ্ড চাউৰাগৌৰা নেতৃত্বাধীন এন ডি এফ বি (এছ) ৰ এটা গোটক চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ইতিমধ্যে ১২ জানুৱাৰীত এই গোটৰ তিনিজন নেতৃত্বই বিশেষ চাৰ্টাৰ বিমানযোগে গুৱাহাটীৰ পৰা নতুন দিল্লীত উপস্থিত হৈছে। কোন এই শীৰ্ষ তিনিজন ?

কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শনিবাৰে সংগঠনটোৰ অধ্যক্ষ চাউৰাগৌৰা, তেওঁৰ পৰিয়ালক নিৰাপত্তাৰক্ষীৰ এটা দলৰ স'তে ভাৰতৰ মণিপুৰৰ তামুট ম্যানমাৰ আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি এক বিশেষ স্থানত ৰখা হৈছে । মুঠ ৫০ জনীয়া সদস্যৰ দলটো নাগালেণ্ডত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীসকলৰ মাজত আবদ্ধ হৈ আছে ।

আনহাতে এই সমগ্ৰ বিষয়ত বি টি এ ডিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এন ডি এফ বি ৰ নেতা ধীৰেন বড়োৰ নেতৃত্বত যি খন চুক্তি স্বাক্ষৰ হ'ব তাত এন ডি এফ বি ৰ বিভিন্ন গোটৰ নেতাসকল ক্ৰমে ৰঞ্জন দৈমাৰী, বি চাউৰাগৌৰা, বি বিদায় আৰু বৰ্তমান শান্তি আলোচনাত থকা প্ৰগতিশীল গোটৰ গোবিন্দ বাসুমতাৰী আদি সকলোৱে স্বাক্ষৰ কৰিব ।

মূল সুঁতিলৈ ঘূৰি আহিল NDFB(S) গোট

উল্লেখযোগ্য যে, প্ৰগ্ৰেচীব গোটৰ গোবিন্দ বাসুমতাৰীয়ে ইটিভি ভাৰতৰ লগত টেলিফোনযোগে হোৱা সাক্ষাৎকাৰাত কয় যে, কোনো উগ্ৰপন্থীগোটে আত্মসমৰ্পণ কৰি আলোচনা মাজলৈ অহাতো দুৰ্ভাগ্যজনক । তেওঁলোকে আত্মসমৰ্পণ কৰিছে যদিও বৃহৎ শান্তি শৃংখলাৰ স্বাৰ্থত ই জৰুৰী । আত্মসমৰ্পণ অপমান সূচক, কিন্তু মানৱীয় দৃষ্টিৰে আদৰণি জনাইছো । বোমেৰাং হোৱাৰ প্ৰশ্ন অহা নাই কিয়নো আলোচনা চলি আছে , নতুন কৈ অহালোকৰ ক্ষেত্ৰত ই সুকীয়া কিয়নো আত্মসমৰ্পণ কৰা লোকৰ লগত চৰকাৰে শান্তি আলোচনা নকৰে বুলি মন্তব্য কৰে এন ডি এফ বি ৰ প্ৰগতিশীল গোটৰ সভাপতি গোবিন্দ বাসুমতাৰীয়ে ৷

ভাৰতীয় চোৰাং চোৱাৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে মূলসুঁতিলৈ ঘূৰি অহা সদস্যসকলক ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট । আনহাতে এই প্ৰত্যাৱৰ্তনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জি অ চি ইন চি অনিল চৌহান ভাৰত ম্যানমাৰ সীমান্ত নাগালেণ্ড ভ্ৰমণ কৰিছিল , আৰু এই ভ্ৰমণৰ সমগ্ৰ দিশটোৱে এক বিশেষ তাৎপৰ্য বহন কৰিছিল ।

লগতে পঢ়ক: প্ৰস্তাৱিত এনডিএফবি চুক্তিক লৈ দুদূল্যমান পৰিস্থিতি

Intro:MB : Voice of Gobinda Basumatari also pix send via office what's App number .

তেজপুৰ,১৩ জানুৱাৰী: বি টি এ ডি ৰ স্থায়ী শান্তি স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে শেহতীয়া কৈ নেচনেল ডেমিক্ৰেটি ফ্ৰণ্ট অব বড়োলেণ্ড চাউৰাগৌৰা নেতৃত্বাধীন এন ডি এফ বি (এছ) এটা গোট চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে ।
এই গোটৰ তিনিজন নেতা ইতিমধ্যে ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত বিশেষ চাৰ্টাৰ বিমান যোগে গুৱাহাটীৰ পৰা নতুন দিল্লীত উপস্থিত হৈছে । তিনিজন শীৰ্ষ নেতা নতুন দিল্লীত । কোন এই তিনিজন ?

Body:কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সংগঠনটোৰ অধক্ষ চাউৰাগৌৰা, তেওঁৰ পৰিয়ালৰ সদস্যসহ নিৰাপত্তাৰক্ষাৰ এটা দল ভাৰতৰ মণিপুৰৰ তামুট ম্যানমাৰ মণিপুৰৰ আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি শনিবাৰে এক বিশেষ স্থানত ৰখা হৈছে ।
দল তোৰ মুঠ ৫০ জনীয়া সদস্যৰ নাগালেণ্ডত প্ৰৱেশ কৰি নিৰাপত্তা লোকৰ মাজত আবদ্ধ হৈ আছে । উল্লেখযোগ্য যে এই প্ৰত্যাৱৰ্তনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ড ৰ মুৰব্বী জি অ চি ইন চি অনিল চৌহান ভাৰত ম্যানমাৰ সীমান্ত নাগালেণ্ড ভ্ৰমণ কৰিছিল , আৰু এই ভ্ৰমণ সমগ্ৰ দিশ তো এক বিশেষ তাৎপৰ্য বহন কৰিছিল ।
আনহাতে এই সমগ্ৰ বিষয়ত বি টি এ ডিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী য়ে প্ৰতীক্ৰিয়া প্ৰকাশ কৰি কয় যে এন ডি এফ বি ৰ নেতা ধিৰেন বড়োৰ নেতৃত্বত যি খন চুক্তি স্বাক্ষৰ হব তাত এন ডি এফ বিৰ বিভিন্ন গোটৰ নেতাসকল ৰঞ্জন দৈমাৰী, বি চাউৰাগৌৰা, বি বিদায় আৰু বৰ্তমান শান্তি আলোচনাত থকা প্ৰগ্ৰেচীব গোটৰ গোবিন্দ বাসুমতাৰী আদি সকলোৱে স্বাক্ষৰ কৰিব ।
উল্লেখযোগ্য যে প্ৰগ্ৰেচীব গোটৰ গোবিন্দ বাসুমতাৰীয়ে ইটিভি ভাৰতৰ লগত টেলিফোন যুগে হোৱা সাক্ষাৎ ত কয় যে , কোনো উগ্ৰপন্থী গোটে আত্মসমপ্ৰৰণ কৰি আলোচনা মাজলৈ অহা তো দুৰ্ভাগ্যজনক । তেওঁলোকে আত্মসমৰ্পণ কৰিছে, যদিও বৃহৎ শান্তি শৃংখলাৰ স্বাৰ্থতে ই জৰুৰী । আত্মসমৰ্পণ অপমান সূচক, কিন্তু মানৱীয় দৃষ্টিৰে আদৰণি জনাইছোঁ । বোমাৰেঙ হোৱাৰ প্ৰশ্ন অহা নাই কিয়নো আলোচনা চলি আছে , নতুন কৈ অহা লোকৰ ক্ষেত্ৰত ই সুকীয়া কিয়নো আত্মসমৰ্পণ কৰা লোকৰ লগত চৰকাৰে শান্তি আলোচনা নকৰে বুলি মন্তব্য কৰে যেন ডি এফ বি ৰ প্ৰগ্ৰেছীভ গোটৰ সভাপতি গোবিন্দ বাসুমতাৰীয়ে ।

Conclusion: ভাৰতীয় চোৰাং চোৱাৰ উচ্চ স্তৰীয় সূত্ৰে জানিব পৰা মতে ভাৰত চৰকাৰে এই নতুনকৈ মূলসুঁতিলৈ ঘূৰি অহা লোক সকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট ।

pranab Kumar Das.
Tezpur .
13/1/2020 .
Last Updated : Jan 13, 2020, 8:16 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.