ETV Bharat / state

আজি নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী - নটসূৰ্যৰ সমাধি

নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকীৰ দিনটোত নটসূৰ্যৰ সমাধিৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে সমাধিস্থলিতে ঘোষণা কৰিলে 1 কোটি টকা

আজি নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী
author img

By

Published : Jul 31, 2019, 2:49 PM IST

তেজপুৰ,৩১ জুলাই: আজি নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ তেজপুৰ চহৰৰ বিভিন্ন ঠাইত পুৱাৰে পৰা আয়োজন কৰা হয় বহুকেইটা অনুষ্ঠান । অৱশেষত নটসূৰ্যৰ সমাধিৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে সমাধিস্থলিতে ঘোষণা কৰিলে এক কোটি টকা ।জিলা উপায়ুক্ত নৰসিং পৱাৰে শৰ্মাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই ঘোষণা কৰে যে নগৰ আন্তঃ গাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে সমাধিৰ উন্নয়নৰ বাবে 1 কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰ প্ৰতিলিপি প্ৰস্তুত কৰিবলৈ দিয়া হৈছে৷ তেজপুৰ বান থিয়েটাৰ , তেজপুৰ সাহিত্য সভাই নটসূৰ্যৰ মূৰ্তিত এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আজি নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী

শোণিতপুৰ জিলা প্ৰশাসনেও সমাধিস্থলিত এক বিশেষ অনুষ্ঠান আয়োজনৰে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় । তেজপুৰ বান থিয়েটাৰ ,তেজপুৰ সাহিত্য সভায়ো মৃত্যুৰ দিনটোত সোঁৱৰণি জনাই শিল্পীগৰাকীক । বিশিষ্ট নাট্যকাৰ মৃগেন বৰাই ফণী শৰ্মাৰ কালজয়ী নাটক "ভোগজৰা"ৰ সংলাপ আওৰাই শিল্পীগৰাকীক স্মৰণ কৰে । আনহাতে ফণী শৰ্মাৰ স্মৃতিত অসম ৰেপাৰটেৰীয়ে পুলক কুমাৰ ডেকাই ৰচনা কৰা এটি দৃশ্য শ্ৰব্য গীত মুকলি কৰে । ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মাৰ লগতে নাটসূৰ্যৰ তিনি ভগ্নী আৰু পৰিয়ালৰ সকলোৱে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Intro:তেজপুৰ,৩১ জুলাই: নটসূৰ্য ফণী শৰ্মা ৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী তেজপুৰ চহৰৰ বিভিন্ন অনুষ্ঠানে আয়োজন কৰে আজি পুৱাৰ পৰা । অৱশেষত নটসূৰ্যৰ সমাধিৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে আজি সমাধিস্থলিতে ঘোষণা কৰিলে ফণী শৰ্মাৰ সমাধিৰ নিৰ্মাণৰ বাবে 1 কোটি টকা ।
এক মাত্ৰ মৃত্যু দিনত মাত্ৰ স্মৰণ কৰা এই গৰাকী মহান শিল্পী ৰ সমাধি চাৰিওকাষে ৱাল খনো সম্পূৰ্ণ নকৰা কৈ পৰি আছিল । পৰিণতিত বিভিন্ন অসমাজিক কার্য কলাপৰে ভৰি পৰিছিল ।

Body:জিলা উপায়ুক্ত নৰসিং পৱাৰ য়ে শৰ্মাৰ সমাধিত স্বৰ্দ্ধাঞ্জলি জনাই ঘোষণা কৰিলে যে নগৰ আন্তঃ গাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে সমাধিৰ উন্নয়নৰ বাবে 1 কোটি টকাৰ ধাৰ্য কৰা হৈছে , আৰু ইয়াৰ প্ৰাককলন প্ৰতিলিপি প্ৰস্তুত কৰিবলৈ দিয়া হৈছে বুলি উপায়ুক্ত ই ঘোষণা কৰে ।

BITE: উপায়ুক্ত , নৰসিং পৱাৰ ।

Bitএ: অজিত শৰ্মা, জ্যেষ্ঠ পুত্ৰ ফণী শৰ্মা) ।
তেজপুৰ বান থিয়েটাৰ ,তেজপুৰ সাহিত্য সভাই নাটসূৰ্য ৰ মূৰ্তিত এগছি বন্তি জ্বলাই স্বৰ্দ্ধাঞ্জলি জ্ঞাপণ কৰে ।
শোণিতপুৰ জিলা প্ৰশাসনে নাটসূৰ্যৰ সমাধিস্থলিত এক বিশেষ আয়োজনৰে মহান শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জনাই ।
তেজপুৰ বান থিয়েটাৰ ,তেজপুৰ সাহিত্য সভাই নাটসূৰ্য ৰ মূৰ্তিত এগছি বন্তি জ্বলাই স্বৰ্দ্ধাঞ্জলি জ্ঞাপণ কৰে ।
শোণিতপুৰ জিলা প্ৰশাসনে নাটসূৰ্যৰ সমাধিস্থলিত এক বিশেষ আয়োজনৰে মহান শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জনাই । বান থিয়েটাৰৰ সভাপতি বনকিম শৰ্ম্মা ই সমাধিত স্বৰ্দ্ধাঞ্জলি জনায় আৰু বিয়লি বান থিয়েটাৰৰ তৰফৰ পৰা নাটসূৰ্য ৰ সোঁৱৰণত সম্বৰ্ধনা অনুষ্ঠান ৰ আয়োজন কৰে বুলি জানিব দিয়ে ।
বিশিষ্ট নাট্যকাৰ মৃগেন বৰাই ফণী শৰ্মাৰ কালজয়ী নাটক "ভোগজৰা"ৰ সংলাপৰ আউৰাই।
আনহাতে ফণী শৰ্মা ৰ স্মৃতিত অসম ৰেপাৰটেৰী য়ে পুলক কুমাৰ ডেকাই ৰচনা কৰা এটি দৃশ্য শ্বৰ্ব্য গীত মুকলি কৰে ।

ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মাই লগতে নাটসূৰ্যৰ তিনি ভগ্নী ৰ লগতে পৰিয়ালৰ সকলোয়ে মহান শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে ।

Conclusion:ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মাই লগতে নাটসূৰ্যৰ তিনি ভগ্নী ৰ লগতে পৰিয়ালৰ সকলোয়ে মহান শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৩১/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.