ঢেকীয়াজুলি, ২৯ মাৰ্চ : ''মোক বুঢ়া গৰু বুলি কোৱাত মোৰ দুখ লাগিছে,মোৰ জীৱনৰ ৩৪ টা বছৰত মোক এনে ব্যৱহাৰ অসমৰ কোনো ব্যক্তিয়ে কৰা নাছিল''- এই মন্তব্য তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে.ভানুৰ । শুকুৰবাৰে ভানুৱে ঢেকীয়াজুলিত নিৰ্বাচন প্ৰচাৰৰ বাবে গৈছিল। তাত পল্লৱ লোচন দাসে ভানুক বুঢ়া গৰু বুলি কোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভানুৱে কয় অসমীয়া সভ্যতা সংস্কৃতিত মই আজিলৈ বেয়া ভাষা শুনা নাছিলো । যাৰ বাবে মই অসমৰ ৰাইজৰ লগত ইমান বছৰ আছিলো, গৌৰৱ কৰিছিলো আৰু অসমত থাকি যাম বুলি ভাবিছিলো । অসমীয়া সংস্কৃতিত ইমান বেয়া ভাষাৰ প্ৰয়োজন নাই ।
পল্লৱক মই ক্ষমা কৰিছো, সি সৰু ল’ৰাঃ ভানু - এম.জি.ভি.কে.ভানু
বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচনে এম.জি.ভি.কে.ভানুক বুঢ়া গৰু বুলি উল্লেখ কৰাক লৈ এতিয়া দুখ প্ৰকাশ কৰিছে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন আমোলা এম জি ভি কে ভানুৱে ৷
ঢেকীয়াজুলি, ২৯ মাৰ্চ : ''মোক বুঢ়া গৰু বুলি কোৱাত মোৰ দুখ লাগিছে,মোৰ জীৱনৰ ৩৪ টা বছৰত মোক এনে ব্যৱহাৰ অসমৰ কোনো ব্যক্তিয়ে কৰা নাছিল''- এই মন্তব্য তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে.ভানুৰ । শুকুৰবাৰে ভানুৱে ঢেকীয়াজুলিত নিৰ্বাচন প্ৰচাৰৰ বাবে গৈছিল। তাত পল্লৱ লোচন দাসে ভানুক বুঢ়া গৰু বুলি কোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভানুৱে কয় অসমীয়া সভ্যতা সংস্কৃতিত মই আজিলৈ বেয়া ভাষা শুনা নাছিলো । যাৰ বাবে মই অসমৰ ৰাইজৰ লগত ইমান বছৰ আছিলো, গৌৰৱ কৰিছিলো আৰু অসমত থাকি যাম বুলি ভাবিছিলো । অসমীয়া সংস্কৃতিত ইমান বেয়া ভাষাৰ প্ৰয়োজন নাই ।
এম জি ভি কে ভানুক পল্লব লোচন দাসে বুঢ়া গৰু বুলি কোৱা ঘটনাত ভানুৱে কয়" বৰ দুখ লাগিছে৷মোক মানে জীৱনত ৩৪ বছৰ অসমত আছিলো মোক এনেকুৱা অসভ্য ভাষাৰে কোনেওঁ কেতিয়াও কোৱা নাছিল৷ই অসমীয়া সভ্যতা সংস্কৃতিৰ কথা নহয়৷মই কিহৰ কাৰণে অসমৰ ৰাইজৰ লগত ইমান বছৰ আছিলো ,ইমান সম্পৰ্ক, গৌৰৱ কৰিছিলো,অসমত থাকি যাম বুলি ভাবিছিলো৷অসমীয়া সংস্কৃতিত ইমান বেয়া ভাষাৰ প্ৰয়োজন নাই,বেছিকৈ বেয়া পালে মই বেয়া পাইছো বুলি কয়৷অসমত মই বিভিন্ন ঠাইত গৈছো কোনো অসমীয়া গাঁৱত অসমীয়া মানুহৰ মুখত ইমান বেয়া কথা শুনা নাই৷মই বেয়া পাইছো,এইটোৱে ডাঙৰ গালি৷কি কাৰণে কৈছে নাজালো মোৰ দুখ লাগিছে৷অসমৰ ৰাজনীতিত এটা পদ্ধতি আছিলে ,এনেকুৱা কথাবোৰ নাছিলে,ইভেন পাঁচ বছৰ আগত নাছিলে,এই এক দুই বছৰৰ পৰা আৰম্ভ হৈছে৷ইমান তলৰ লেভেললৈ গুছি গৈছে ৰাজনীতি৷আচৰিত হৈছো,কিহৰ কাৰণে এইবোৰ কৰি আছে৷মোৰ ছোৱালীৰ নাম,মোৰ মাৰ নাম,মোৰ নাম এইবিলাক কৈ ফুৰিছে৷লোকসভাত অসমৰ পক্ষত থিয় হৈ অসমৰ সমস্যাৰ সমাধানৰ কাৰণে যি ধৰণে যুঁজিব লাগে এনে মানুহ লোকসভাত গ'লে কি কৰিব৷যি অসভ্য ভাষা প্ৰয়োগ কৰি কথা কৈ আছে ,এনেকুৱা মানুহ কোনোপধ্যেই আমি পঠিয়াব নালাগে৷
শেষত সকলো কথাতে তেওঁক মানে পল্লব লোচন দাসক মাফ কৰি দিছো ,সৰু ল'ৰা মাফ কৰি দিছো বুলি সাক্ষাৎকাৰত উল্লেখ কৰে ভানুৱে৷.
অমল নাথ, ঢেকিয়াজুলি ।Body:Breaking

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:Breaking

অমল নাথ, ঢেকিয়াজুলি ।