ETV Bharat / state

বায়ুসেনাই বিচাৰি পালে AN-32ৰ অৱশেষ - Wreckage Found

আঠদিনীয়া জোৰদাৰ উদ্ধাৰ অভিযানৰ দুখঃজনক সমাপ্তি ৷ অৱশেষত মঙলবাৰে দিনৰ ভাগত বায়ুসেনাই উদ্ধাৰ কৰিলে ইমানদিনে সন্ধানহীন হৈ থকা AN-32 বিমানখনৰ ভগ্নাৱশেষ ৷

AN-32
author img

By

Published : Jun 11, 2019, 5:55 PM IST

তেজপুৰ, 11 জুনঃ অৱশেষত সন্ধান পোৱা গ'ল বিগত আঠ দিন ধৰি নিখোজ হৈ থকা বায়ু সেনাৰ সন্ধানহীন বিমানখনৰ ৷ যোৰহাটৰ পৰা মেচুকালৈ বুলি উৰা মৰাৰ পিচতেই বিগত 3 জুনৰ পৰা সন্ধানহীন হৈ আছিল অভিশপ্ত AN-32 বিমানখন ৷

  • Efforts are now continuing to establish the status of occupants & establish survivors. Further details will be communicated as the recovery actions progress.

    — Indian Air Force (@IAF_MCC) June 11, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বায়ুসেনাই টুইটাৰযোগে বিমানখনৰ ভগ্নাৱশেষ প্ৰত্যক্ষ কৰাৰ কথা টুইট কৰিছে ৷ সেই অনুসৰি, লিপোৰ পৰা 16 কিলোমিটাৰ উত্তৰে টাটোৰ উত্তৰ-পূবত প্ৰায় 12হাজাৰ ফুট উচ্চতাত বিমানখনৰ ভগ্নাৱশেষ প্ৰত্যক্ষ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷ বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে অভিশপ্ত বিমানখন প্ৰত্যক্ষ কৰিছে আৰু বৰ্তমানে উদ্ধাৰকাৰী বাহিনীৰ দল সেইস্থানলৈ ৰাঁওনা হৈছে ৷

উদ্ধাৰকাৰ্যত ব্যৱহৃত Mi-17

বিগত 3 জুনত 13গৰাকী বায়ুসেনাক লৈ যোৰহাট বায়ু সেনা ছাউনীৰ পৰা উৰা মাৰিছিল অভিশপ্ত বিমানখনে ৷ উৰণৰ প্ৰায় 35 মিনিট পিচতে ৰাডাৰৰ পৰা সংযোগ বিচ্চিন্ন হৈ আজিলৈকে সন্ধানহীন হৈ আছিল বিমানখন ৷

NB : DESK PLZ MARK ALL PIX .
Exclusive video and Pix . Send early mail .
REGARDS.
 অৰুনাচলত   নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ : স্থল সেনা, আই টি বি পি স্থানীয় লোকৰ  পুনৰ অভিযান অব্যাহত ৷
MI-17 ,ALH,Cheetah আৰু  নৌ সেনাৰ P8i অত্যাধুনিক ছেটেলাইট, ইছৰ'ৰ আৰু চেঞ্চৰ যুক্ত বিমান যোৰহাট বায়ু সেনাৰ চাউনীৰ পৰা আৰম্ভ কৰিছে ৷

তেজপুৰ ,১১জুন :  অষ্টম দিনাৰ অভিযানৰ পিছত আজি বায়ু সেনাৰ পুনৰ অভিযান  নিৰুদিষ্ট বায়ু সেনাৰ বিমান বৈমানিক আৰু ক্ৰু মেম্বাৰৰ ৷
ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰৰ বাবে  মঙ্গলবাৰে বায়ু সেনাৰ MI-17 ,ALH,Cheetah আৰু  নৌ সেনাৰ P8i অত্যাধুনিক ছেটেলাইট, ইছৰ'ৰ আৰু চেঞ্চৰ যুক্ত বিমান যোৰহাট বায়ু সেনাৰ চাউনীৰ পৰা আৰম্ভ কৰিছে ৷

হেলিকপ্তাৰ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা আৰু যোৰহাট বায়ুসেনা চাউনীৰ পৰা চলোৱা P8i আৰু পৰবৰ্তী সময়ত 
C-130 J ৰ অভিযান  আৰম্ভ কৰিব ৷ 

 তাটু আৰু খাম্বা পাহাৰৰ অঞ্চলত চলোৱা অভিযানত নিৰুদিষ্ট বিমানৰ তোনো সন্ধান  লাভ কৰা নগল এই  তথ্য  সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং  কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

তেওঁ কয় যে নিশাৰ  C-130 J বিমান আৰু UAV ৰ  অভিযানত কোনো তথ্য উদঘাটন নহল 

উল্লেখযোগ্য মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত স্থানীয় লোক সেনা বাহিনীৰ লগত অভিযানত বিভিন্ন সেনা বাহিনীৰ লোক আৰু স্থানীয় লোক নিয়োজিত হৈছে  ৷  আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷ আনহাতে আল'ৰ পৰা তাটু লৈ ২০ কিঃমিঃ আৰু খাম্বালৈ ৯০ কিঃমিঃ আৰু মেচুকালৈ ১৫০ কিঃমিঃ দুৰত্ব ৷ 

 আনহাতে ১৩ জন  বায়ু সেনাৰ নিৰুদিষ্ট লোকৰ পৰিয়ালে যোৰহাটৰ বায়ু সেনা চাউনীত অপেক্ষাৰ ক্ষন গনি আছে তেওঁলোকৰ আত্মীয়ৰ সন্ধানত ৷
দুৰভগীয়া বায়ুসেনাৰ জাহাজ খন ৰ সন্ধানৰ বাবে মেচুকা আৰু আল'ৰ মাজত থকা দুৰ্গম পাহাৰৰ তলত অভিযান চলাইছে ৷
মেচুকাৰ পৰা প্ৰয় ৭০ কি ঃমিঃ দুৰত্বত চীন সীমান্ত আৰু বৰফৰে আবৃত্ত সমগ্ৰ পাহাৰ , তাৰ মাজত এই দৰজিলিং পাহাৰৰ নামনী অঞ্চলত ৷

 যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

Pranab kumar Das, Tezpur 11/6/17

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.