ETV Bharat / state

কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ

author img

By

Published : Feb 4, 2021, 8:54 AM IST

Updated : Feb 4, 2021, 10:11 AM IST

ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়া ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ বিৰুদ্ধে বুধবাৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জামুগুৰিহাটৰ ৬ খনকৈ আঞ্চলিকৰ সমন্বয়ৰক্ষী সমাজ আৰু জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজে ৷

কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ
কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ

চতিয়া,4 ফেব্ৰুৱাৰী: ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়া ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ বিৰুদ্ধে বুধবাৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জামুগুৰিহাটৰ ৬ খনকৈ আঞ্চলিকৰ সমন্বয়ৰক্ষী সমাজ আৰু জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজে ৷

বুধবাৰে বিয়লি জামুগুৰি আৰক্ষী থানাত দাখিল কৰি জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজৰ কাৰ্যকৰী সভাপতি শৈলেন বৰকটকীয়ে কয় যে,ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিয়ে অসমৰ ব্ৰাহ্মণসকলক লৈ তীব্ৰ অপমানসুচক মন্তব্য দি সম্প্ৰদায়টোক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে ৷ একেদৰে জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰাই অসমত এক অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰাৰ পৰিৱেশ ৰচনা কৰিছে কমল কুমাৰ মেধিয়ে ৷ আনহাতে মেধিৰ এই সাম্প্ৰদায়িক মন্তৱ্যক তীব্ৰ নিন্দা কৰাৰ লগতে প্ৰশাসনক আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজে ৷

লগতে পঢ়কঃ অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

Last Updated : Feb 4, 2021, 10:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.