ETV Bharat / state

তেজপুৰত উত্তৰ অসমৰ প্ৰথমটো 'চকলেট ৰুম' - তেজপুৰত আৰম্ভ হ'ল উত্তৰ অসমৰ প্ৰথম খন চকলেট ৰুম

প্ৰকৃতাৰ্থত ব্ৰাজিল আৰু অন্যান্য ইউৰোপৰ দেশ সমূহৰ পৰা 'চকলেট ৰুম'ৰ ধাৰণা আহিছে ৷

Tezpur
ৰাজশ্ৰী গোশ্বামী
author img

By

Published : Nov 30, 2019, 11:03 PM IST

তেজপুৰ, 30 নৱেম্বৰঃ সমগ্ৰ ভাৰতবর্ষৰ মুঠ 317 খন 'চকলেট ৰুম'ৰ পিচতে শোণিতপুৰৰ তেজপুৰত আৰম্ভ হ'ল উত্তৰ অসমৰ প্ৰথমখন 'চকলেট ৰুম' লাইভ কিটছেন ৷ তেজপুৰ জগাঁৱৰ অন্তৰ্গত নৱপুৰৰ ৰাজশ্ৰী গোশ্বামী নামৰ এগৰাকী যুৱতীৰ প্ৰচেষ্টাত আৰম্ভ হ'ল এই 'চকলেট ৰুম' ৷

তেজপুৰ
উত্তৰ অসমৰ প্ৰথম খন 'চকলেট ৰুম'

উল্লেখ্য যে, ৰাজশ্ৰী গোশ্বামীয়ে 'ষ্টেণ্ড-আপ ইণ্ডিয়াৰ' জৰিয়তে এই 'চকলেট ৰুম'ৰ আৰম্ভণি কৰে ৷ 'চকলেট ৰুম'ৰ ধাৰণা প্ৰকৃতাৰ্থত ব্ৰাজিল আৰু অন্যান্য ইউৰোপৰ দেশ সমূহৰ পৰা অহা যদিও শেহতীয়া কৈ অসমতো ইয়াৰ ছাহিদা বাঢ়িছে ৷ আৰু সেই ধাৰণাৰে ৰাজশ্ৰীয়ে তেজপুৰত আৰম্ভ কৰে অসমৰ প্ৰথমখন 'চকলেট ৰুম' ৷ আনহাতে, শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক নুমাল মাহাটাই শুভাৰম্ভণি কৰে 'চকলেট ৰুম'ৰ ৷

তেজপুৰত আৰম্ভ হ'ল উত্তৰ অসমৰ প্ৰথম খন 'চকলেট ৰুম'

Intro:তেজপুৰ,৩০ নৱেম্বৰ: সমগ্ৰ ভাৰতবর্ষৰ মুঠ ৩১৭ খন "চকলেট ৰুম" পিছতে অসমৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত আৰম্ভ কৰিলে এগৰাকী যুৱতীৰ প্ৰচেষ্টাত উত্তৰ অসমৰ প্ৰথম খন " চকলেট ৰুম" লাইফ কিৎচন ।

Body:যি সময়ত ভাৰত চৰকাৰে ডিজিটেল প্লেটফৰ্ম জৰিয়তে এছ চি ,আৰু এছ টি লোকক 3 পিল্লাৰৰ সুৰক্ষাৰ বাবে আৰ্থিক অৱস্থা টনকিয়াল কৰিবৰ বাবে বেংকৰ দ্বাৰা ঋণ প্ৰদান কৰা ব্যৱস্থা কৰিছে সেই সময়ত এচাম বেংক কৰ্মচাৰীৰ অৱহেলাৰ বাবে হাবাথুৰি খাই অতিষ্ঠ হৈ পৰা তেজপুৰৰ মাজগাওঁ ৰ নৱপুৰৰ এই গৰাকী ৰাজশ্রী গোস্বামীয়ে পলমকৈ আৰম্ভণি কৰিলে এক Stand-Up India ৰ জৰিয়তে ।
"চকলেট ৰুম"ৰ ধাৰণা প্ৰকৃতাৰ্থত ব্ৰাজিল আৰু অন্যান্য ইউৰোপৰ দেশ সমূহৰ পৰা অহা যদিও শেহতীয়া কৈ অসমতো ইয়াৰ স্বাহিদা বাঢ়িছে , আৰু সেই ধাৰণাৰে এই গৰাকী শিক্ষিত অসমীয়া যুৱতীয়ে আৰম্ভণি কৰে প্ৰথম বাৰৰ বাবে লাইভ "চকলেট ৰুম"ৰ ।
Bite: ৰাজশ্রী গোস্বামী ।

Conclusion:এই নতুন ধাৰণাৰ বিকাশ ঘটোৱাৰ প্ৰথম অসমীয়া জীয়ৰী ৰ লগত অনুপ সিংহ আৰু অম্লান হাজৰিকা ৰ লগত ভি যুটীয়া ভাবে আৰম্ভণি কৰা এই চকলেট ৰুম ৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক নুমাল মাহাটাই ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৩০/১১/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.