ETV Bharat / state

তেজপুৰত অগপক 3 খন আসন এৰি দিলে বিজেপিয়ে

শোণিতপুৰ জিলাত এইবাৰ 49 টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । অগপৰ বাবে তেজপুৰ পৌৰসভাৰ ১৯ টা ৱাৰ্ডত ৩ খন আসন এৰি দিব বিজেপিয়ে(Assam Municipal Election 2022) ৷

assam-municipal-election-2022
পৌৰ নিৰ্বাচনত তেজপুৰত 3 খন আসন এৰি দিলে বিজেপিয়ে
author img

By

Published : Feb 14, 2022, 2:27 PM IST

তেজপুৰ,14 ফেব্ৰুৱাৰী : অসমৰ পৌৰ নিৰ্বাচনৰ (Assam Municipal Election 2022) দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ ইয়াৰ সমান্তৰালভাৱে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসনো (Sonitpur administration gear up before Municipal election) ৷ শোণিতপুৰ জিলাত এইবাৰ 49 টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । সেয়ে দেওবাৰে শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক পৌৰসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা হয় মনোনীত প্ৰাৰ্থীৰ তালিকা ।

Assam Municipal Election 2022
পৌৰ নিৰ্বাচনত তেজপুৰত 3 খন আসন এৰি দিলে বিজেপিয়ে

জিলাখনৰ চৰকাৰী তথ্য মতে 49 টা ৱাৰ্ডৰ ভিতৰত চতিয়া সমষ্টিৰ 3 টা ৱাৰ্ডত বিজেপিয়ে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা । আনহাতে, তেজপুৰ পৌৰসভাৰ ২ নং ৱাৰ্ডত এইবাৰ দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ জয় শংকৰ হাজৰিকাক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে । তেজপুৰ বিধানসভা সমষ্টিৰ অগপৰ দখলত থকাৰ বাবে বিজেপিয়ে 'অগপ'ক তেজপুৰ পৌৰসভাৰ 3খন আসন এৰি দিয়া বুলি জানিব দিয়ে সভাপতি ওৰাঙয়ে ।

শোণিতপুৰ জিলাখনত এইবাৰ 49 টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । ইয়াৰ ভিতৰত 19টা তেজপুৰ পৌৰসভা, 10টা ঢেকীয়াজুলিৰ, 10 টা ৰঙাপাৰাৰ আৰু জামুগুৰিহাটৰ 10টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন ।

উল্লেখ্য যে, তেজপুৰত 19 টা ৱাৰ্ডৰ ভিতৰত 8, 9, 11, 12, 13, 16, 17 আৰু 18 নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত ৷ ইফালে অনুসূচীত জাতিৰ বাবে তেজপুৰ পৌৰ সভাত 6 নং ৱাৰ্ড, ঢেকীয়াজুলিত 6 নং ৱাৰ্ড, ৰঙাপাৰাত 5 নং ৱাৰ্ড আৰু জামুগুৰিহাটত 6 নং ৱাৰ্ড সংৰক্ষিত আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগতে ঢেকীয়াজুলি পৌৰসভাৰ 4, 5, 7 আৰু 10 নং ৱাৰ্ড , ৰঙাপাৰাত 2, 3, 4 আৰু 7 নং ৱাৰ্ড আৰু জামুগুৰিহাটত 5, 7, 8 আৰু 10 নং ৱাৰ্ড সম্পূৰ্ণ মহিলাৰ বাবে সংৰক্ষিত ৰখা হৈছে ।

লগতে পঢ়ক : তৃণমূল কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.