ETV Bharat / state

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দেহত কোভিড-১৯ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে চ'ছিয়েল মিডিয়া ফেচবুকৰ জৰীয়তে প্ৰকাশ কৰা এক প'ষ্ট যোগে জানিব পৰা গৈছে এই কথা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা ৷

author img

By

Published : Sep 15, 2020, 8:20 PM IST

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত

তেজপুৰ,১৫ ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কোভিড পজিটিভ বুলি জানিব পৰা গৈছে । এই তথ্য তেওঁ নিজে চ'ছিয়েল মিডিয়াৰ জৰিয়তে জনাইছে । ফেচবুকত দিয়া এক পষ্টযোগে তেওঁ কয় যে,তেওঁ যদিও পজিটিভ চিহ্নিত তেওঁ এ চিম্পট'মেটিক আৰু তাৰ বাবে তেওঁ হম আইচলেচনত থকাৰ সিদ্ধান্ত লৈছে ৷ পষ্টটোত তেওঁ বৰ্তমান সুস্থ হৈ আছে বুলিও উল্লেখ কৰিছে ৷

মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত কোভিড ৰোগত আক্ৰান্তৰ সংখ্যা বৰ্তমান ৬২৯৭ আৰু সক্ৰিয় হৈ থকা ঘটনাৰ সংখ্যা ১৭৫৬ ৷ ইয়াৰ ভিতৰত ৪৫৩১ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৩৯৩ জন লোক বৰ্তমান হম আইচলেচনত আছে আৰু মুঠ ১১ জন লোকৰ ইতিমধ্যে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷

লগতে চাওকঃ ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.