ETV Bharat / state

অৰুণাচলৰ ডিকচোত উদ্ধোধন Hydro Electric Power প্ৰকল্প - ব্যক্তিগত খণ্ডৰ অনুমোদন

ৰাজ্য চৰকাৰে ইতিমধ্যে 22 টা এনে ধৰণৰ সৰু সৰু প্ৰকল্প নিৰ্মাণৰ বাবে কাম হাতত লৈছে ৷ ব্যক্তিগত খণ্ডক দিয়া এই কাম সমূহ যদি সময় মতে সম্পূৰ্ণ হৈ নুঠে তেতিয়া ৰাজ্য চৰকাৰে সেই সমূহ ব্যক্তিগত খণ্ডৰ অনুমোদন আৰু অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

অৰুণাচলৰ ডিকচোত উদ্ধোধন Hydro Electric Power প্ৰকল্প
author img

By

Published : Sep 14, 2019, 10:43 PM IST

তেজপুৰ,14 চেপ্তেম্বৰঃ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডৱে পশ্চিম কামেঙৰ ৰোপাত ডিকচো গাঁৱত শুভ উদ্ধোধন কৰে ২৪ মেগা ৱাটৰ ডিকচো Hydro Electric Power প্ৰকল্প ৷ ৰাজ্যখনৰ এইটো প্ৰথমটো ব্যক্তিগত খন্দই নিৰ্মাণ কৰা Hydro Electric Power প্ৰকল্প ৷

অৰুণাচলৰ ডিকচোত উদ্ধোধন Hydro Electric Power প্ৰকল্প

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে 2016 চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল বুলি মন্তব্য কৰে ৷ লগতে সম্পূৰ্ণ ৪ বছৰত এই প্ৰকল্প হৈ উঠাৰ বাবে ডেৱি উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে খাণ্ডৱে ৷ অৰুণাচল প্ৰদেশ হৈছে শক্তি উৎপন্নৰ ঠাই আৰু শক্তিহে ৰাজ্যৰ প্ৰধান আহিলা ৷ ৰাজ্য চৰকাৰে ইতিমধ্যে 22 টা এনে ধৰণৰ সৰু সৰু প্ৰকল্প নিৰ্মাণৰ বাবে কাম হাতত লৈছে ৷ ব্যক্তিগত খণ্ডক দিয়া এই কাম সমূহ যদি সময় মতে সম্পূৰ্ণ হৈ নুঠে তেতিয়া ৰাজ্য চৰকাৰে সেই সমূহ ব্যক্তিগত খণ্ডৰ অনুমোদন আৰু অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উদ্ধোধনী অনুষ্ঠানত উপ মুখ্যমন্ত্ৰী চাউনা মেন, স্থানীয় বিধায়ক আৰু প্ৰকল্পৰ কৰ্মকৰ্তাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Intro:তেজপুৰ,১৪ ছেপ্তেম্বৰ: অৰুনাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে পশ্চিম কামেং জিলাৰ ৰোপাত ডিকচো গাৱত শুক্ৰবাৰে ২৪ মেগা ৱাটৰ ডিকচো Hydro Electric Power ৰ শুভ উদ্ধোধন কৰে ৷
এইটো ৰাজ্যখনৰ প্ৰথমটো ব্যক্তিগত খন্দই নিৰ্মান কৰা Hydro Electric Power প্ৰজেক্ট ৷ মুখ্য মন্ত্ৰীখাণ্ডুৱে ২০১৬ চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সম্পূৰ্ন ৪ বছৰত এই প্ৰকল্প হৈ উঠাৰ বাবে ডেৱি উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে ৷
Body:তেও কয় যে অৰুনাচল প্ৰদেশ হৈছে শক্তি উৎপন্নৰ ঠাই আৰু শক্তিহে ৰাজ্যৰ প্ৰধান আহিলা , ইতিমধ্যে ৰাজ্য চৰকাৰে ২২ টা এনে ধৰনৰ সৰু সৰু প্ৰকল্প নিৰ্মানৰ বাবে কাম হাতত লৈছে ৷ আৰু ব্যক্তিগত খণ্ডক দিয়া এই কাম সমূহ যদি সময় মতে সম্পূৰ্ন হৈ নুঠে তেতিয়া ৰাজ্য চৰকাৰে সেই সমূহ ব্যক্তিগত খণ্ডৰ অনুমোদন আৰু অনুজ্ঞাপত্ৰ বাতিল কৰিব ৷
এই উদ্ধোধনি সভাত উপ মুখ্য মন্ত্ৰী চাউনা মেন স্থানীয় বিধায়ক আৰু প্ৰকল্পৰ কৰ্মকৰ্তা সকল উপস্খিত থাকে ৷

Conclusion:উপ মুখ্য মন্ত্ৰী মেনে কয় যে এই দিনটো বুদ্ধিষ্ট কেলেণ্ডাৰৰ মতে এটা শুভ দিন আৰু অৰুনাচল বাসীৰ বাবে এই প্ৰজেক্ট আৰম্ভ হোৱাটো অতিকৈ শুভ ৷

Pranab kumar Das
Tezpur
14/9/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.