ETV Bharat / state

শিৱসাগৰৰ পৰা এজনেও লাভ নকৰিলে স্থানঃ মান ৰাখিলে কৃতীকাৰে - ARTS VOMMERCE

উচ্চতৰ মাধ্যমিক ফলাফলত এটাও স্থান দখল কৰিব নোৱাৰিলে শিৱসাগৰ জিলাৰ এখনো শিক্ষানুষ্ঠানে ৷ কিন্তু বিজ্ঞান শাখাত অসমৰ ভিতৰত উত্তীৰ্ণ হাৰ সৰ্বোচ্চ শিৱসাগৰ জিলাত ৷ আনহাতে ভূতত্ব বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে কৃতীকাৰে ৷

স্থান লাব নকৰিলেও বিজ্ঞান শাখাত প্ৰথম স্থান লাভ শিৱসাগৰ
author img

By

Published : May 25, 2019, 5:03 PM IST

শিৱসাগৰ, 25 মে’: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিৱসাগৰ জিলাৰ কোনো এখন শিক্ষানুষ্ঠানৰ পৰা কোনো শাখাত স্থান লাভ কৰিবলৈ সক্ষম নহল যদিও সামগ্ৰিক ভাৱে জিলাখনে বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে । ৯৩.৪২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলা বিজ্ঞান শাখাত প্ৰথম হোৱাৰ লগতে কলা শাখাত সপ্তম আৰু বাণিজ্য শাখাত জিলাখনে অষ্টম স্থান লাভ কৰিছে । আনহাতে আৰ্যভট্ট জুনিয়ৰ কলেজৰ ছাত্ৰী কৃতীকা ফুকনে ভূতত্ব বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।ভূতত্ব বিষয়ত ৯৪% নম্বৰ লাভ কৰা কৃতীকাৰ সফলতাক লৈ উৎসাহী জুনিয়ৰ কলেজৰ সহপাঠী ।

স্থান লাব নকৰিলেও বিজ্ঞান শাখাত প্ৰথম স্থান লাভ শিৱসাগৰ

লগতে পঢ়ক: বিজ্ঞানৰ শীৰ্ষত দৰং মহাবিদ্যালয়ৰ চয়ন মজুমদাৰ

আনহাতে বাণিজ্য শাখাৰ চেলচমেনচীপ এণ্ড এডভাৰটাইজমেণ্ট বিষয়ত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সত্যজিৎ দত্তই ৮৪% নম্বৰ লাভ কৰি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ।

*উচ্চতৰ মাধ্যমিক ফলাফলত স্থান নাই শিৱসাগৰ জিলাৰ শিক্ষানুষ্ঠানৰ-বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম শিৱসাগৰ জিলা-ভূতত্ব বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ কৃতীকাৰ*
Story-RESULT_SIVASAGAR
Ananta Smith
25th May

A_SVR_25TH_MAY_801-802_RESULT_SIVASAGAR_7203499

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিৱসাগৰ জিলাৰ কোনো এখন শিক্ষানুষ্ঠানৰ পৰা কোনো শাখাত স্থান লাভ কৰিবলৈ সক্ষম নহল যদিও সামগ্ৰিক ভাৱে জিলাখনে বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে।৯৩.৪২ শতাংশউত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলা বিজ্ঞান শাখাত প্ৰথম হোৱাৰ লগতে কলা শাখাত সপ্তম আৰু বাণিজ্য শাখাত জিলাখনে অষ্টম স্থান লাভ কৰিছে।

আনহাতে আৰ্যভট্ট জুনিয়ৰ কলেজৰ ছাত্ৰী কৃতীকা ফুকনে ভূতত্ব বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।ভূতত্ব বিষয়ত ৯৪% নম্বৰ লাভ কৰা কৃতীকাৰ সফলতাক লৈ উৎসাহী জুনিয়ৰ কলেজৰ সহপাঠী।

অন্যহাতে বাণিজ্য শাখাৰ চেলচমেনচীপ এণ্ড এডভাৰটাইজমেণ্ট বিষয়ত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সত্যজিৎ দত্তই ৮৪% নম্বৰ লাভ কৰি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে।

Bite-কৃতীকা ফুকন
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.