ETV Bharat / state

চিকিৎসক অপৰাগ ! উপায়ুক্তৰ তৎতপৰতাতহে প্ৰাণৰক্ষা প্ৰসূতিৰ

author img

By

Published : May 14, 2019, 3:20 PM IST

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আজৱ কাণ্ড-চিকিৎসক থকা অৱস্থাটো প্ৰসূতিক অস্ত্ৰোপচাৰ কৰিবলৈ অমান্তি ৷ পিচত উপায়ুক্তৰ তৎপৰতাত সম্পন্ন অস্ত্ৰোপচাৰ ৷

চিকিৎসক অপৰাগ ! উপায়ুক্তৰ তৎতপৰতাতহে প্ৰাণৰক্ষা প্ৰসূতিৰ

শিৱসাগৰ,14 মে’: শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সোমবাৰে নিশা সংঘটিত এক ঘটনাই উদঙাইছে চৰকাৰী চিকিৎসা খণ্ডৰ আচল স্বৰূপ । জনতাৰ সেৱাৰ বাবে স্থাপিত চিকিৎসালয়তেই চিকিৎসাৰ পৰা বঞ্চিত ৰোগী।

ঘটনাটো বৃহস্পতিবাৰৰ নিশা ৷ মিছাজানৰ হালীমা বেগম নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসাধীন প্ৰসূতি গৰাকীৰ স্বাস্থ্যলৈ সোমবাৰে সন্ধিয়া হঠাৎ আহি পৰিল জটিলতা ৷ স্বাস্থ্যৰ অৱনতি হোৱাত মহিলাগৰাকীৰ তৎকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। চিকিৎসালয়ত সকলো সুবিধা থকাৰ পাছতো প্ৰসূতি গৰাকীক অস্ত্ৰোপচাৰ কৰাৰ সলনি চিকিৎসালয় কৰ্তৃপক্ষই আন কোনো চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবৰ বাবে চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়ে।

ইয়াৰ মূল কাৰণ হৈছে উক্ত সময়ত চিকিৎসালয়ত এনাষ্ঠেচিয়াৰ চিকিৎসক উপস্থিত আছিল যদিও তেওঁ জৰুৰীকালীন চিকিৎসা বিভাগত নিয়োজিত হৈ থকাৰ বাবে অস্ত্ৰোপচাৰ বাবে প্ৰয়োজন হোৱা এনাষ্ঠেচিয়া প্ৰয়োগ কৰিবলৈ সক্ষম নহ'ব বুলি জনাই প্ৰসূতি গৰাকীৰ পৰিয়ালক ৷ ফলত চিকিৎসালয় কৰ্তৃপক্ষই প্ৰসূতিৰ অৱস্থা অধিক অৱনতি ঘটাৰ পূৰ্বেই চিকিৎসালয়ৰ পৰা অব্যাহতি দি আন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবলৈ উপদেশ দিয়ে। এনে আকস্মিক বিপদত দিক-বিদিক হেৰুৱাই পেলাই পৰিয়ালটোৱে।

অৱশেষত ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি উপস্থিত সাংবাদিকে শিৱসাগৰ জিলা উপায়ুক্তক ঘটনা সম্পৰ্কে অৱগত কৰাত উপায়ুক্তৰ তৎপৰতাত পাঁচজনীয়া চিকিৎসকৰ দল উপস্থিত হৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰি প্ৰসূতি গৰাকীৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হয়।

*শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আজৱকাণ্ড-চিকিৎসক থকা অৱস্থাটো প্ৰসূতিক অস্ত্ৰোপচাৰ কৰিবলৈ অমান্তি-উপায়ুক্তৰ তৎপৰতাত সম্পন্ন অস্ত্ৰোপচাৰ*
Story-CIVIL_UNCIVIL
Ananta Smith
Sivasagar
14th May

A_SVR_14TH_MAY_804-807_CIVIL_UNCIVIL_7203499

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যোৱা নিশা সংঘটিত এক কাণ্ডত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী চিকিৎসা খণ্ডৰ স্বৰূপ মুকলি হৈছে।সাধাৰণ জনতাৰ বাবে স্থাপিত চিকিৎসালয়ত বঞ্চিত জনতা।

যোৱা বৃহস্পতিবাৰে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মিছাজানৰ হালীমা বেগম নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল।চিকিৎসাধীন প্ৰসূতি গৰাকীৰ কালি(সোমবাৰে) সন্ধিয়া হঠাৎ জটিলতা আহি পৰে।গৰ্ভৰ পানী ভাঙি যোৱাত মহিলাগৰাকীৰ তৎকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।চিকিৎসালয়ত সকলো সুবিধা থকাৰ পাছতো প্ৰসূতি গৰাকীক অস্ত্ৰোপচাৰ কৰাৰ সলনি চিকিৎসালয় কৰ্তৃপক্ষই আন কোনো চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবৰ বাবে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে।ইয়াৰ মূল কাৰণ এটা।উক্ত সময়ত চিকিৎসালয়ত এনাষ্টেচিয়াৰ চিকিৎসক উপস্থিত আছিল যদিও তেওঁ জৰুৰীকালীন চিকিৎসা বিভাগত নিয়োজিত হৈ থকাৰ বাবে অস্ত্ৰোপচাৰ বাবে প্ৰয়োজন এনাষ্টেচিয়া প্ৰয়োগ কৰিবলৈ অমান্তি হয়।যাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই প্ৰসূতিৰ অৱস্থাৰ অৱনতি ঘটাৰ আগত চিকিৎসালয়ৰ পৰা অব্যাহতি দি আন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবলৈ উপদেশ দিয়ে।এনে আকস্মিক বিপদত উপায়হীন পৰিয়ালটোৱে মূৰে-কপালে হাত দিয়ে।

Bite1-প্ৰসূতিৰ স্বামী
Bite2-চিকিৎসক

অৱশেষত ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি উপস্থিত সাংবাদিকে শিৱসাগৰ জিলা উপায়ুক্তক ঘটনা সম্পৰ্কে অৱগত কৰাত উপায়ুক্তৰ তৎপৰতাত পাঁচজনীয়া চিকিৎসকৰ দল উপস্থিত হৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰি প্ৰসূতিৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.