ETV Bharat / state

আমগুৰিত এটা ৰাজপথে ৰাইজক ভোগাইছে নৰক যন্ত্ৰণা! - দুটা বছৰত পথছোৱাৰ 50 মিটাৰ অংশতো শিল-বালি নেপেলোৱাৰ অভিযোগ ৰাইজৰ

শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ 2018 চনৰ 8 নৱেম্বৰত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই মিছনজান-গোসাইবাৰী খেলপথাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল ৷ বিধায়ক প্ৰদীপ হাজৰিকাক পথটো শীঘ্ৰে পৰিদৰ্শন কৰিবলৈ আহ্বান ৰাইজৰ ৷

পথৰ দুৰৱস্থা
author img

By

Published : Oct 28, 2019, 1:37 PM IST

Updated : Oct 28, 2019, 2:01 PM IST

আমগুৰি, 28 অক্টোবৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ বিগত 2018 চনৰ 8 নৱেম্বৰত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰায় এক লাখ 50 হাজাৰ টকা ব্যয় সাপক্ষে মিছনজান-গোসাইবাৰী খেলপথাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল ৷

Pathetic road condition in amuguri
পথটোৰ আধাৰশিলা

লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ

কিন্তু বিগত দুটা বছৰত পথছোৱাৰ 50 মিটাৰ অংশতো শিল-বালি নেপেলোৱাৰ অভিযোগ ৰাইজৰ ৷ ফলত সম্প্ৰতি পথছোৱাৰে যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজৰ ৷ বিধায়ক প্ৰদীপ হাজৰিকাক পথটো শীঘ্ৰে পৰিদৰ্শন কৰিব ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Intro:Body:আমগুৰি ২৮ অক্টোবৰ:

শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।
আমগুৰি সমষ্টিৰ অন্তৰ্গত মিছাজান গোসাইবাৰী খেলপথাৰ সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ আনিছে অ্থানীয় লোকে।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিধায়ক পুঁজিৰ 2017-2018 বৰ্ষৰ 1লাখ 50 হাজাৰ টকাৰে মিছাজান গোসাইবাৰী খেলপথাৰ সংযোগী
প্ৰায় 150 মিটাৰ দৈঘ্যৰ পথটো নিৰ্মাণ কৰিবলৈ আহিছিল।
স্থানীয় লোকসকলে অভিযোগ কৰি কয় যে পথটোৰ 50 মিটাৰতকৈও অধিক অংশত শিল নেপেলোৱাত বোকাময় হৈ যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে।।

স্থানীয় লোকে শীঘ্ৰে পথটো সমষ্টিৰ বিধায়কক পৰিদৰ্শন কৰিবলৈ দাবী জনাইছে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
Last Updated : Oct 28, 2019, 2:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.