ETV Bharat / state

শিৱসাগৰত অনুষ্ঠিত হ’ব এজেপিৰ ৰাজনৈতিক অভিৱৰ্তন

author img

By

Published : Dec 5, 2020, 7:07 PM IST

16 আৰু 17 ডিচেম্বৰত দুদিনীয়াকৈ শিৱসাগৰ নাট্য মন্দিৰ আৰু বৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ’ব অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন ৷

শিৱসাগৰত অনুষ্ঠিত হ’ব এজেপি দলৰ ৰাজনৈতিক অভিৱৰ্তন

শিৱসাগৰ,5 ডিচেম্বৰঃ চলিত মাহৰ 16 তাৰিখে শিৱসাগৰত অনুষ্ঠিত হ’ব অসম জাতীয় পৰিষদৰ প্ৰথম জাতীয় অভিৱৰ্তন ৷ 16 আৰু 17 ডিচেম্বৰত দুদিনীয়াকৈ শিৱসাগৰ নাট্য মন্দিৰ আৰু বৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ’ব এই অভিৱৰ্তন ৷ উল্লেখযোগ্য যে, এই অভিৱৰ্তনতে অসম জাতীয় পৰিষদৰ পূৰ্ণাংগ সমিতি গঠন হ’ব ৷

ইপিনে এই অভিৱৰ্তনতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱা প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ দলটোত যোগদান কৰিবলৈ তেওঁক অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক চিত্ৰ ৰঞ্জন বসুমতাৰীয়ে আহ্বান জনোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

লগতে পঢ়কঃ ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বীৰ সৈনিকৰ স্মাৰক উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.