নলবাৰী,14 নৱেম্বৰ: নলবাৰীৰ অন্তৰ্গত পিপলীবাৰীৰ পৰা দুই দুধর্ষ ডকাইতক বৃহস্পতিবাৰে আটক কৰে নলবাৰী আৰক্ষীয়ে। উল্লেখ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত আটক কৰা হয় ডকাইত দুজনক ৷ নলবাৰী আৰু বেলশৰ আৰক্ষীৰ যুটীয়া অভিযানত ডকাইত দুজন ধৰা পৰে ৷ আটকাধীন ডকাইত দুজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰে পিষ্টল,ডেগাৰৰ লগতে এখন পালছাৰ বাইক । ডকাইত দুজন ক্ৰমে দিগন্ত দাস আৰু হিতেশ ৰয় বুলি জানিব পৰা গৈছে । এই দুই ডকাইতে নলবাৰীৰ বিভিন্ন বেংক আৰু ব্যক্তিগত প্ৰতিষ্ঠানত পূৰ্বে ধন লুটৰ ঘটনাত জড়িত আছিল । সম্প্ৰতি ডকাইত দুজনক নলবাৰী আৰক্ষী থানাত জেৰা কৰি থকা হৈছে । ডকাইতিৰ বাবে খাপ পিটি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে ডকাইত দুজনক । আনহাতে আটক কৰা দুই ডকাইতৰ ঘৰ বাক্সা জিলাৰ মুছলপুৰত বুলি জানিব পৰা গৈছে ।
নলবাৰীত আৰক্ষীৰ অভিযানত আটক দুই দুধৰ্ষ ডকাইত
নলবাৰীত দুই দুধৰ্ষ ডকাইত আটক,নলবাৰীৰ অন্তৰ্গত পিপলীবাৰীৰ পৰা দুই দুধর্ষ ডকাইতক বৃহস্পতিবাৰে আটক কৰে নলবাৰী আৰক্ষীয়ে,নলবাৰী আৰু বেলশৰ আৰক্ষীৰ যুটীয়া অভিযানত ডকাইত দুজন ধৰা পৰে,সম্প্ৰতি ডকাইত দুজনক নলবাৰী আৰক্ষী থানাত জেৰা কৰি থকা হৈছে ৷
নলবাৰী,14 নৱেম্বৰ: নলবাৰীৰ অন্তৰ্গত পিপলীবাৰীৰ পৰা দুই দুধর্ষ ডকাইতক বৃহস্পতিবাৰে আটক কৰে নলবাৰী আৰক্ষীয়ে। উল্লেখ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত আটক কৰা হয় ডকাইত দুজনক ৷ নলবাৰী আৰু বেলশৰ আৰক্ষীৰ যুটীয়া অভিযানত ডকাইত দুজন ধৰা পৰে ৷ আটকাধীন ডকাইত দুজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰে পিষ্টল,ডেগাৰৰ লগতে এখন পালছাৰ বাইক । ডকাইত দুজন ক্ৰমে দিগন্ত দাস আৰু হিতেশ ৰয় বুলি জানিব পৰা গৈছে । এই দুই ডকাইতে নলবাৰীৰ বিভিন্ন বেংক আৰু ব্যক্তিগত প্ৰতিষ্ঠানত পূৰ্বে ধন লুটৰ ঘটনাত জড়িত আছিল । সম্প্ৰতি ডকাইত দুজনক নলবাৰী আৰক্ষী থানাত জেৰা কৰি থকা হৈছে । ডকাইতিৰ বাবে খাপ পিটি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে ডকাইত দুজনক । আনহাতে আটক কৰা দুই ডকাইতৰ ঘৰ বাক্সা জিলাৰ মুছলপুৰত বুলি জানিব পৰা গৈছে ।
ইফালে ধৃত দুই ডকাইতৰ পৰা আৰক্ষীয়ে জব্দ কৰে পিষ্টল সহ দেগাৰ লগতে এখন পালছাৰ বাইক।দুই দুধৰ্ষ ডকাইত দিগন্ত দাস আৰু হিতেশ ৰয় বুলি জানিব পৰা গৈছে।এই দুই গভাইত ডকাইতে নলবাৰীৰ বিভিন্ন বেংক আৰু ব্যক্তিগত প্ৰতিস্থানত ধন লুটৰ লগত জড়িত।বৰ্তমান দুই দুধর্ষ ডকাইতক নলবাৰী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।দুই ডকাইতে ডকাইতিৰ বাবে খাপ পিটি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে ।দুই ডকাইতৰ ঘৰ বাস্কা জিলাৰ মছলপুৰত।Conclusion:কৈলাস ডেকা, নলবাৰী।