- নলবাৰীৰ সোণকাণী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
- বাণেশ্বৰ কলিতা নামৰ এজন লোকৰ ঘৰৰ বাথৰুমৰ উদ্ধাৰ কৰে অজগৰডাল
- প্ৰায় 12 ফুট দীঘল আৰু 25 কেজি ওজনৰ অজগৰ ডাল বন বিভাগক চমজাই দিয়ে গাওঁ খনৰ লোকে
- অজগৰ ডাল চাবলৈ লোকজনৰ ঘৰত ভিৰ কৰে অজস্ৰ লোকে
নলবাৰীৰ সোণকাণী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ - অজগৰ
নলবাৰীত 12 ফুট দীঘল আৰু 25 কেজি ওজনৰ অজগৰ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে স্থানীয় লোকে
python recovered at Nalbari
- নলবাৰীৰ সোণকাণী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
- বাণেশ্বৰ কলিতা নামৰ এজন লোকৰ ঘৰৰ বাথৰুমৰ উদ্ধাৰ কৰে অজগৰডাল
- প্ৰায় 12 ফুট দীঘল আৰু 25 কেজি ওজনৰ অজগৰ ডাল বন বিভাগক চমজাই দিয়ে গাওঁ খনৰ লোকে
- অজগৰ ডাল চাবলৈ লোকজনৰ ঘৰত ভিৰ কৰে অজস্ৰ লোকে
Intro:নলবাৰীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।
Body:নলবাৰীৰ সোণকাণী গাওঁত অজগৰ উদ্ধাৰ।
সোণকাণী গাওঁৰ বাসিন্দা বাণেশ্বৰ কলিতাৰ বাথৰুমৰ পৰা স্থানীয় যুৱকে উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰদাল।জানিব পৰা মতে বাথৰুমত সাপটোৱে থিতাপি লৈ আছিল ।
প্ৰায় বাৰ ফুট দীঘল অজগৰ দাল বনবিভাগক সমজাই দিৱ গাওঁখনৰ লোকে।
২৫ কিল ওজনৰ এই সাপটো চাবলৈ ৰাতিপুৱা ই ভিৰ পৰে অজস্ৰ লোকৰ গাওঁখনত।
Conclusion:কৈলাস ডেকা, নলবাৰী।