নলবাৰী, 21 অক্টোবৰঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰৰ সোমবাৰে স্থাপন কৰা হয় লাইখুটা ৷ অহা ১২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈকে আয়োজিত হ'বলগীয়া ৮৬তম ৰাস মহোৎসৱৰ হৰি মন্দিৰৰ বিষয়ববীয়াৰ উপস্থিতত লাইখুটা স্থাপন কৰে নলবাৰী বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই । নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে হৰি মন্দিৰ কমিটিয়ে ৷
নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত - বনদ্বীপ ডেকা
উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰৰ সোমবাৰে স্থাপন কৰা হয় লাইখুটা ৷
নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত
নলবাৰী, 21 অক্টোবৰঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰৰ সোমবাৰে স্থাপন কৰা হয় লাইখুটা ৷ অহা ১২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈকে আয়োজিত হ'বলগীয়া ৮৬তম ৰাস মহোৎসৱৰ হৰি মন্দিৰৰ বিষয়ববীয়াৰ উপস্থিতত লাইখুটা স্থাপন কৰে নলবাৰী বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই । নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে হৰি মন্দিৰ কমিটিয়ে ৷
Intro:নলবাৰী ৰাস মহোৎসৱৰ লাইখুটা স্থাপন।Body:উত্তৰ পূৱ ভাৰতৰ একমাত্র সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৬ তম নলবাৰী ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাৱে স্থাপন কৰা হ'ল লাইখুটা।উল্লেখযোগ্য যে অহা ১২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈকে উদযাপন হ'ব লগা ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ আৰম্ভণি হিচাপে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে স্থাপন কৰা হয় লাইখুটা।। নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে হৰি মন্দিৰ কমিটিয়ে।ইফালে আজি হৰি মন্দিৰৰ বিষয়ববীয়াৰ উপস্থিতত লাইখুটা স্থাপন কৰে নলবাৰী বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই । তেৰ দিনীয়াকৈ অনুষ্ঠিত হব লগা ৰাস মহোৎসৱত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই।
বাইট- বনদ্বীপ ডেকা, সভাপতি, জিলা বিজেপি।Conclusion:কৈলাস ডেকা, নলবাৰী।
বাইট- বনদ্বীপ ডেকা, সভাপতি, জিলা বিজেপি।Conclusion:কৈলাস ডেকা, নলবাৰী।