ETV Bharat / state

মহাষ্টমী পূজাঃ নলবাৰীৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত ভক্তৰ ভিৰ

author img

By

Published : Oct 24, 2020, 6:21 PM IST

মহাষ্টমীৰ দিনটোত আজি নলবাৰী জিলাৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত মা-দুৰ্গাৰ আশীৰ্বাদ লবলৈ ভক্তৰ লানি নিছিগা শাৰী দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে ৰাতিপুৱাৰে পৰা এই ঐতিহাসিক দেৱালয়ত ভক্ত সকলে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি মহাষ্টমী পূজাত মা-দুৰ্গাৰ পূজা-অৰ্চনা আগবঢ়ায় ৷

nalbari-durga-puja
মহাষ্টমী পূজাঃ নলবাৰীৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত ভক্তৰ ভিৰ

নলবাৰী, 24 অক্টোবৰ: আজি মহাষ্টমী পূজা ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে দুৰ্গা পূজা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতি সমূহেও আয়োজন কৰিছে পূজা ৷ শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিছে ভক্তি ৰসেৰে ৷ আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো চলিছে পূজাৰ আয়োজন ৷

মহাষ্টমীৰ দিনটোত আজি নলবাৰী জিলাৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত মা-দুৰ্গাৰ আশীৰ্বাদ বিচাৰি ভক্তৰ লানি নিছিগা শাৰী দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে ৰাতিপুৱাৰে পৰা এই ঐতিহাসিক দেৱালয়ত ভক্ত সকলে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি মহাষ্টমী পূজাত মা-দুৰ্গাৰ পূজা-অৰ্চনা আগবঢ়ায় ৷

লগতে পঢ়ক: আজি মহাষ্টমী:শংখ-ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.