ETV Bharat / state

প্ৰাপ্যৰ দাবীত নলবাৰীত জনস্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ - মন্ত্ৰী ৰিহণ দৈমাৰী

নলবাৰীত জনস্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ 2 শতাধিক কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ প্ৰাপ্য পূৰণৰ দাবী কৰ্মচাৰীৰ ৷

Massive Protest In Assam Nalbari District
প্ৰাপ্য়ৰ দাবীত নলবাৰীত জনস্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Oct 3, 2020, 6:29 PM IST

নলবাৰী, 3 অক্টোবৰ : নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত শনিবাৰে নলবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জনস্বাস্থ্য বিভাগৰ প্ৰায় 2 শতাধিক কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বিভিন্ন ধৰণৰ বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্ল'গানৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰাপ্য়ৰ দাবীত নলবাৰীত জনস্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, বিনা বেতনে বিগত 12 বছৰৰ পৰা তেওঁলোকে ৰাইজক পানী যোগান ধৰি আহিছে কিন্তু তেওঁলোকে কোনো ধৰণৰ বেতন লাভ নকৰা বুলি অভিযোগ প্ৰদান কৰিছে ৷ যাৰবাবে তেওঁলোকে শীঘ্ৰে পৰিয়াল সমূহৰ স্বাৰ্থত তেওঁলোকক প্ৰাপ্য মজুৰি প্ৰদান কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : হেলিকপ্টাৰৰ সহায়ত গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ

প্ৰতিবাদকাৰীয় সকলে মন্ত্ৰী ৰিহণ দৈমাৰী মুৰ্দাবাদ, আমাক ভাত দিয়ক, আমাৰ পৰিয়ালক জীয়াই থাকিব দিয়ক আদি শ্ল'গানৰে উত্তাল কৰি তোলে পৰিৱেশ ।

উল্লেখ্য যে, নলবাৰী জিলাৰ প্ৰায় 2 শতাধিক কৰ্মচাৰীয়ে বেতন বিহীনভাৱে কাম কৰি আছে ৷

লগতে পঢ়ক : জীৱন সংগ্ৰামত হাৰ নমনা টীয়কৰ ৰীতামণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.