ETV Bharat / state

"বিশ্ব ভূমি দিৱস" উপলক্ষে "জৈৱ বৈচিত্ৰতা"ৰ ওপৰত মত-বিনিময় অনুষ্ঠান

author img

By

Published : Dec 6, 2020, 2:27 PM IST

Updated : Jun 28, 2022, 11:53 AM IST

বিশ্ব ভূমি দিৱস উপলক্ষে ২০২০ বৰ্ষৰ বিষয় বস্তু "Keep soil alive, protect soil diversity" ৰ ওপৰত মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত ইক' ক্লাৱৰ নলবাৰীৰ সমন্বয়ক তথা পৰিবেশ কৰ্মী ৰাজেশ দত্ত বৰুৱাই সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী সকলক কৃষি বিষয়ত যথেষ্ঠ পৰামৰ্শ আগবঢ়ায় ৷

Keep soil alive protect soil diversity
"বিশ্ব ভূমি দিৱস" উপলক্ষ্যে "জৈৱ বৈচিত্ৰতা"ৰ ওপৰত মত-বিনিময় অনুষ্ঠান

নলবাৰী,6 ডিচেম্বৰ : নলবাৰীৰ পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "বিশ্ব ভূমি দিৱস" উপলক্ষ্যে পালন কৰা হয় "জৈৱ বৈচিত্ৰতা"ৰ ওপৰত এখনি মত-বিনিময় অনুষ্ঠান ৷ বিশ্ব ভূমি দিৱস উপলক্ষ্যে ২০২০ বৰ্ষৰ বিষয় বস্তু "Keep soil alive, protect soil diversity" ৰ ওপৰত মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নলবাৰী জিলাৰ পূব প্ৰান্তৰ আগশাৰীৰ শিক্ষানুষ্ঠান পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীনস্থ "বনানী ইক' ক্লাব"ৰ উদ্যোগত তথা নলবাৰী জিলাৰ আগশাৰীৰ পৰিবেশ সংগঠন দি "গ্ৰীণ গ্লোব"ৰ সহযোগত "ভূমি সংৰক্ষণ আৰু ভূমিৰ বাবে উপকাৰী জৈৱ বৈচিত্ৰতা সংৰক্ষণ" সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ মাজত এক সজাগতা সভা ও মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা কৰে ৷

world-earth-day

বিদ্যালয় খনৰ অধ্যক্ষা মঞ্জু ৰাণী ভূঞাৰ সভাপতিত্বত আৰু বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সহযোগিতাত অনুষ্ঠিত হোৱা সজাগতা সভা খনত ইক' ক্লাৱৰ নলবাৰীৰ সমন্বয়ক তথা পৰিবেশ কৰ্মী ৰাজেশ দত্ত বৰুৱাই সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী সকলক কৃষি বিষয়ত যথেষ্ঠ পৰামৰ্শ আগবঢ়ায় ৷

ভূমিবোৰ চহ কৰাৰ সময়ত ডাঙৰ ট্ৰেক্টৰৰে বহু দকৈ চহ কৰিলে তাত থকা কেঁচু-কুমতি ধংস হোৱাৰ উপৰিও অত্যাধিক ৰাসায়নিক সাৰৰ ব্যবহাৰ কৰাৰ ফলত মাটিয়ে তাৰ প্ৰাকৃতিক উৰ্বৰতা শক্তি হেৰুৱাই পেলায় বুলি মন্তব্য কৰে ৷ লগতে পেলনীয়া তথা এবাৰ ব্যৱহাৰকাৰী প্লাষ্টিক আৱৰ্জনা বোৰেও ভূমিৰ যথেষ্ট ক্ষতি সাধন কৰে, সেয়েহে এই প্লাষ্টিক সমুহকো ইক' ব্ৰীক প্ৰস্তুত কৰি আৱৰ্জনাৰ পৰা কেনেকৈ সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ ওপৰতো এক কৰ্মশালাৰ আয়োজন কৰে ৷

লগতে পঢ়ক:গোৱালপাৰাত কৃষক সভাই দাহ কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি

Last Updated : Jun 28, 2022, 11:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.