নগাঁও, 10 অক্টোবৰঃ ৰহাৰ বামুণীজানত অঘটন । কপিলী নদীত পৰি সন্ধানহীন এজন যুৱক । ঘটনাস্থলীৰ পৰা উদ্ধাৰ এযোৰ চেণ্ডেল । বৰ্তমানলৈকে পৰিচয় লাভ কৰা নাই সন্ধানহীন যুৱকজনৰ । সন্ধানহীন যুৱকজনৰ দুৰ্ঘটনা নে আত্মহত্যা জানিব পৰা হোৱা নাই । বৃহস্পতিবাৰে স্থানীয় কিছু নৈপৰীয়া লোকে কপিলী নদীত এজন লোক উটি যোৱা দেখা পাই আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচতে ঘটনাস্থলীত আৰক্ষীয়ে SDRF ক লগত লৈ নদীখনত যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখে যদিও বৰ্তমান পৰ্যন্ত সন্ধানহীন যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
কপিলী নদীত সন্ধানহীন যুৱক - কপিলী নদী
বৰ্তমানলৈকে পৰিচয় লাভ কৰা নাই সন্ধানহীন যুৱকজনৰ । সন্ধানহীন যুৱকজনৰ দুৰ্ঘটনা নে আত্মহত্যা জানিব পৰা হোৱা নাই ৷
নগাঁও, 10 অক্টোবৰঃ ৰহাৰ বামুণীজানত অঘটন । কপিলী নদীত পৰি সন্ধানহীন এজন যুৱক । ঘটনাস্থলীৰ পৰা উদ্ধাৰ এযোৰ চেণ্ডেল । বৰ্তমানলৈকে পৰিচয় লাভ কৰা নাই সন্ধানহীন যুৱকজনৰ । সন্ধানহীন যুৱকজনৰ দুৰ্ঘটনা নে আত্মহত্যা জানিব পৰা হোৱা নাই । বৃহস্পতিবাৰে স্থানীয় কিছু নৈপৰীয়া লোকে কপিলী নদীত এজন লোক উটি যোৱা দেখা পাই আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচতে ঘটনাস্থলীত আৰক্ষীয়ে SDRF ক লগত লৈ নদীখনত যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখে যদিও বৰ্তমান পৰ্যন্ত সন্ধানহীন যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
ৰহাৰ বামুণীজানত অঘটন। কপিলী নদীত পৰি সন্ধানহীন এজন যুৱক। পাৰত উদ্ধাৰ এযোৰ চেণ্ডেল। পৰিচয় উদ্ধাৰ হোৱা নাই সন্ধানহীন যুৱকজনৰ। দুৰ্ঘটনা নে আত্মহত্যা জানিব পৰা হোৱা নাই।Body:
ৰহাৰ বামুণীজানত কপিলী নদীত পৰি আজি দুপৰীয়া সন্ধানহীন হয় এজন যুৱক। যুৱকজনে পিন্ধি থকা চেণ্ডেল যোৰ নৈৰ পাৰত প্ৰত্যক্ষ কৰে স্হানীয় লোকে । স্হানীয় কিছু নৈপৰীয়া লোকে কপিলী নদীত এজন লোক তল-ওপৰ কৰি উটি যোৱা দেখা পাই আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে SDRF বাহিনীক লগত লৈ নদীখনত যুৱকজনৰ সন্ধানত অভিযান চলাই যদিও বৰ্তমানে ও পৰিচয় উদ্ধাৰ হোৱা নাই সন্ধানহীন যুৱকজনৰ। এইয়া দুৰ্ঘটনা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই।
ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion: