ETV Bharat / state

ট্ৰাকৰ চকা বিস্ফোৰণ হৈ নিহত 16 বছৰীয়া কিশোৰ - নগাঁও জিলা

বাগৰিত শোকাৱহ দুৰ্ঘটনা, ট্ৰাকৰ চকাত পাম দি থকা অৱস্থাত চকা বিস্ফোৰণ হৈ নিহত আচাবুল আলি নামৰ এজন 16 বছৰীয়া কিশোৰ ৷

ট্ৰাকৰ চকা বিস্ফোৰণ হৈ নিহত ১৬ বছৰীয়া কিশোৰ
author img

By

Published : Mar 29, 2019, 10:12 PM IST

নগাঁও, 29 মাৰ্চঃ শুক্ৰবাৰে নগাঁও জিলাৰ সীমামূৰীয়া বাগৰিত এক সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যুমুখত পৰে ষোল্ল বছৰীয়া এজন কিশোৰ । বাঘমাৰী অঞ্চলৰ কিশোৰজনৰ নাম আচাবুল আলি বুলি জানিব পৰা গৈছে ।

ট্ৰাকৰ চকা বিস্ফোৰণ হৈ নিহত ১৬ বছৰীয়া কিশোৰ

উল্লেখ্য যে, ট্ৰাকৰ চকা মেৰামতি কৰি থকা সময়ত চকাটোত বতাহ ভৰাই থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । চকাটোৰ বিস্ফোৰণ হোৱাত চকাৰ এটা অংশ এৰাই আহি মূৰত আঘাত কৰাত থিতাতে নিহত হয় কিশোৰজন ৷ পিচত স্থানীয় বাগৰি টহলদাৰী চকীআৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Intro:বাগৰিত শোকাবহ দুৰ্ঘটনা, কিশোৰ নিহত
ট্ৰাকৰ চকাত পম দি থাকোতে চকা বিস্ফোৰণ হৈ নিহত হয় আচাবুল আলি নামৰ ১৬ বছৰীয়া কিশোৰBody:শুক্ৰবাৰে নগাঁও জিলাৰ সীমামূৰীয়া বাগৰিত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ষোল্ল বছৰীয়া এজন কিশোৰ নিহত হয়। স্থানীয় বাঘমাৰী অঞ্চলৰ কিশোৰজনৰ নাম আচাবুল আলি বুলি জানিব পৰা গৈছে।
ট্ৰাকৰ ফুটা চকা মেৰামতি কৰি চকাটোত বতাহ ভৰাই থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। অজ্ঞাত বিজুটিৰ ফলত বৃহৎ শব্দ কৰি চকাটো বিস্ফোৰণৰ ফলত চকাৰ অংশ এৰাই আহি মূৰত আঘাট কৰাৰ ফলত
পাম কিশোৰজন ঠিতাতে নিহত হয়। পিচত স্থানীয় বাগৰি বাগৰি টহলদাৰী চকীল আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.