ETV Bharat / state

নগাঁৱত ভয়ংকৰ দুর্ঘটনাত মৃত্যু এজন লোকৰ

author img

By

Published : Apr 26, 2020, 3:39 PM IST

নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু এখন ৱাগনাৰ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ উক্ত ঘটনাতোত থিতাতে নিহত হয় ৱাগানাৰ খনৰ চালকজন।

ETV BHARAT
Road Accident At Nagaon

নগাঁও,26 এপ্ৰিলঃ শনিবাৰে নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত হাইলাকান্দিৰ জয়নাল আলম চৌধুৰী নামৰ লোকজন ।

নগাঁৱত ভয়ংকৰ দুর্ঘটনাত মৃত্যু এজন লোকৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকক নিজৰ গৃহলৈ ওভতি যোৱাৰ প্ৰথম দিনাই নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । বাছ আৰু এখন ৱাগানাৰ বাহনৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় উক্ত ঘটনাটো ৷ উক্ত দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৱাগানাৰ খনৰ চালকজনৰ। নিহত চালকজন হাইলাকান্দি জিলাৰ অলগাপুৰৰ জয়নুল আলম বুলি চিনাক্ত হৈছে । দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছখনৰ চালক জনে। বাছ খনে নগাঁৱৰ মিছাৰ পৰা ইটা ভাটাৰ শ্ৰমিকক লৈ গৈ আছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে ।

লগতে পঢ়ক- বিদেশত নিহত যুৱকৰ মৃতদেহ আনিবলৈ কেন্দ্ৰলৈ জাননী আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.