বঢ়মপুৰ, 25 জুন : কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ ৷ গৰাখহনীয়া প্ৰতিৰোধত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ । বকুলগুৰি গাঁৱৰ প্ৰায় এক কিলোমিটাৰ এলেকাত কপিলী নৈয়ে তীব্ৰ খহনীয়া সৃষ্টি কৰা এলেকাৰ মাত্ৰ চাৰিশ মিটাৰ বান্ধহে ঠিকাদাৰে নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে ৰাইজে ৷ তিনি কোটি ষাঠি লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা থকা হৈছে বকুলগুৰিৰ বান্ধটো । কিন্তু বৰ্তমানেও উন্মুক্ত হৈ আছে মাথাউৰিটোৰ বহু এলেকা । খহনীয়া এলেকা সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷
কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ - প্ৰতিবাদকাৰী
গৰাখহনীয়া প্ৰতিৰোধত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ বৰ্তমানেও উন্মুক্ত হৈ আছে মাথাউৰিৰ বহু এলেকা
বঢ়মপুৰ, 25 জুন : কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ ৷ গৰাখহনীয়া প্ৰতিৰোধত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ । বকুলগুৰি গাঁৱৰ প্ৰায় এক কিলোমিটাৰ এলেকাত কপিলী নৈয়ে তীব্ৰ খহনীয়া সৃষ্টি কৰা এলেকাৰ মাত্ৰ চাৰিশ মিটাৰ বান্ধহে ঠিকাদাৰে নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে ৰাইজে ৷ তিনি কোটি ষাঠি লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা থকা হৈছে বকুলগুৰিৰ বান্ধটো । কিন্তু বৰ্তমানেও উন্মুক্ত হৈ আছে মাথাউৰিটোৰ বহু এলেকা । খহনীয়া এলেকা সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷
কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ । গৰাখহনীয়া প্ৰতিৰোধত ঠিকাদাৰে অনিয়ম কৰাৰ অভিযোগ ।তিনি কোটি ষাঠি লাখ টকাৰ ব্যয়ৰে নিৰ্মান কৰা থকা হৈছে বকুলগুৰিৰ বান্ধটো । বকুলগুৰি গাঁৱৰ প্ৰায় এক কিলোমিটাৰ এলেকাত কপিলী নৈয়ে তীব্ৰ খহনীয়া সৃষ্টি কৰা এলেকাৰ মাত্ৰ চাৰিশ মিটাৰ হে বান্ধহে নিৰ্মান কৰিছে ঠিকাদাৰে ৷ বৰ্তমানেও উন্মুক্ত হৈ আছে খহনীয়া বহু এলেকা । ৰাইজৰ দাবী খহনীয়া এলেকা সম্পূৰ্ণ নিৰ্মান কৰক জলসম্পদ বিভাগে ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam Conclusion: