ETV Bharat / state

কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি,ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ - himanta biswa sarma

'কা' বিৰোধিতা কৰি আত্মপ্ৰকাশ কৰা আঞ্চলিক দল এজেপিয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰিলে,সেয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

pradyut-bordoloi-alleged-against-himanta-biswa-sarma
কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি, ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Nov 19, 2020, 4:48 PM IST

নগাঁও, 19 নৱেম্বৰ : কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি,ছিণ্ডিকেটৰ মহানায়ক মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। অসমত কংগ্ৰেছৰ ডি এন এ বহু শক্তিশালী বুলি উল্লেখ কৰি পাতাললৈকে কংগ্ৰেছৰ শিপা আছে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । অসমত পুনৰ বিজেপি চৰকাৰ হ'লে অসমৰ জনজীৱন ধ্বংস কৰিব বুলিও উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি, ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ

কংগ্ৰেছৰ নেতৃত্বত গঠন হবলগীয়া মহাজোঁটবন্ধনত ৰাইজৰ দল আৰু এজেপিৰ বাবে দুৱাৰ খোলা আছে বুলি উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ তদুপৰি 'কা' বিৰোধিতা কৰি আত্মপ্ৰকাশ কৰা আঞ্চলিক দল এজেপিয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰিলে,সেয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।
লগতে পঢ়ক: পৰাগ ভূঞাক ন্যায় প্ৰদানৰ দাবীত CITU ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.