ETV Bharat / state

নগাঁৱত ডাম্পাৰৰ খুন্দাত নিহত যুৱক

গুৰুতৰভাৱে আহত এগৰাকী যুৱতী

নগাঁৱত ডাম্পাৰৰ খুন্দাত নিহত যুৱক
author img

By

Published : Jun 19, 2019, 2:58 PM IST

  • নগাঁৱত শোকাবহ পথ দুৰ্ঘটনা
  • ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাৱটিলে যুৱকে
  • সংকটজনক অৱস্থাত আন এগৰাকী যুৱতী
  • নগাঁৱৰ লাওখোৱা পথত বুধবাৰে পুৱা সংঘটিত হয় দুৰ্ঘটনাটো
  • চিকিৎসালয়লৈ নিয়াৰ পথত নিহত অংকিত সিং নামৰ যুৱকজন৷
  • আনহাতে সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত যুৱতীগৰাকীক
    নগাঁৱত ডাম্পাৰৰ খুন্দাত নিহত যুৱক

  • নগাঁৱত শোকাবহ পথ দুৰ্ঘটনা
  • ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাৱটিলে যুৱকে
  • সংকটজনক অৱস্থাত আন এগৰাকী যুৱতী
  • নগাঁৱৰ লাওখোৱা পথত বুধবাৰে পুৱা সংঘটিত হয় দুৰ্ঘটনাটো
  • চিকিৎসালয়লৈ নিয়াৰ পথত নিহত অংকিত সিং নামৰ যুৱকজন৷
  • আনহাতে সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত যুৱতীগৰাকীক
    নগাঁৱত ডাম্পাৰৰ খুন্দাত নিহত যুৱক

Intro:নগাঁৱত শোকাবহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত আহত যুৱকৰ মৃত্যু। গুৰুতভাৱে আহত যুৱতী। বান্ধৱীক লৈ ফুৰিবলৈ গৈ আছিল যুৱক জন।


Body:নগাঁৱত পুৱাই সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ গল এগৰাকী ছাত্ৰৰ। নগাওঁ চহৰৰ লাওখোৱা ৰোডৰ অংকিত সিঙ নামৰ যুৱকজনে নিজৰ বান্ধৱীক লগত লৈ বাইকেৰে গৈ থকা অৱস্থাত খুন্দিয়াই এখন তীব্ৰবেগী ডাম্পাৰে। ডাম্পাৰৰ খুন্দাত গুৰুতভাৱে আহত যুৱক যুৱতীগৰাকীক নগাওঁ অসামৰিক চিকিৎসালয়ত নিয়া হয় যদিও সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ। কিন্তু চিকিৎসালয় পোৱাৰ প্ৰকমহুৰ্তত মৃত্যু হয় অংকিত সিঙৰ। ইপিনে আহত যুৱতীগৰাকীক ভৰ্তি কৰা হয় নগাওঁ অসামৰিক চিকিৎসালয়ত। নগাঁৱৰ পৰা কাজিৰঙা অভিমুখে গৈ আছিল দুয়োজন। দুয়োগৰাকী নগাওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ।
bite
----------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৯-৬-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.