ETV Bharat / state

ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এন আৰ চিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন

ঘটনাৰ বিৱৰণী অনুসৰি আবু হানিফে বায়'মেট্ৰিক মেচিন সহ সামগ্ৰী সমূহ উন্নয়ন খণ্ডৰ পৰা কিছু দুৰৈত মাহবুব হাৰ্ডৱেৰ নামৰ কম্পিউটাৰ দোকানত বহুৱাই একাংশ ৰাইজৰ পৰা মাইনুল নামৰ দালাল এজনৰ জৰিয়তে ধন সংগ্ৰহ কৰে।

ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এন আৰ চিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন
author img

By

Published : Jun 23, 2019, 10:59 PM IST

নগাঁও, 23জুনঃ নগাঁৱৰ জুৰীয়াত ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এনআৰচিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন৷ ধিং ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত এন আৰ চি কেন্দ্ৰত নিয়োজিত কৰ্মচাৰী আবু হানিফৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷

ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এন আৰ চিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন

তথ্য অনুসৰি আবু হানিফে বায়'মেট্ৰিক মেচিন সহ সামগ্ৰী সমূহ উন্নয়ন খণ্ডৰ পৰা কিছু দূৰৈত মাহবুব হাৰ্ডৱেৰ নামৰ কম্পিউটাৰ দোকানত বহুৱাই একাংশ ৰাইজৰ পৰা মাইনুল নামৰ দালাল এজনৰ জৰিয়তে ধন সংগ্ৰহ কৰে। পৰৱৰ্তী সময়ত লোকজনৰ এনে কাণ্ডৰ বিষয়ে দগাওঁ আৰক্ষীয়ে জানিব পাৰি কম্পিউটাৰ দোকানৰ পৰা বায়'মেট্ৰিক মেচিন সহ সামগ্ৰী সমুহ পুনৰ উন্নয়ন খণ্ডটোলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷

Intro:এন আৰ চি ৰ দৰে গুৰুত্বপূৰ্ণ কাম কামকাজক লৈ নিয়োজিত কৰ্মচাৰীৰ দুষ্কাৰ্য।
বিভাগীয় বায়মেট্ৰিক মেচিন ব্যৱহাৰ ব্যক্তিগত কম্পিউটাৰ দোকানত ৷Body:এন আৰ চি ৰ দৰে গুৰুত্বপূৰ্ণ কাম কামকাজক লৈ নিয়োজিত কৰ্মচাৰীৰ দুষ্কাৰ্য।বিভাগীয় বায়মেট্ৰিক মেচিন ব্যৱহাৰ ব্যক্তিগত কম্পিউটাৰ দোকানত।

এন আৰ চি দৰে এটা অতি গুৰুত্বপূৰ্ণ বিষয়ক উপলুঙা কৰি আহিছে একাংশ NRC ৰ কৰ্মচাৰীয়ে।NRC ৰ কামত নিয়োজিত একাংশ বিষয়া - কৰ্মচাৰীয়ে NRC কামত ব্যৱহৃত কম্পিউটাৰ আদি ধন ঘটাৰ আহিলা হিচাপে গ্ৰহন কৰি অহা কাণ্ড‌ই এন আৰ চিৰ গ্ৰহন যোগ্যতাৰ ওপৰতেই ব্যাপক শংকা আৰু সন্দেহৰ সৃষ্টি কৰিছে। আজি আকৌ এই কথা পোহৰলৈ আহে, নগাঁও জিলাৰ জুৰীয়াত । জুৰীয়া উন্নয়ন খণ্ডত থকা ধিং ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত এন এচ কে কেন্দ্ৰত কম্পিউটাৰ অপাৰেটৰ ৰূপে নিয়োজিত আবু হানিফে আজি এন এচ কে কেন্দ্ৰৰ পৰা বায়মেট্ৰিক মেচিন সহ সামগ্ৰী সমূহ উন্নয়ন খণ্ডৰ পৰা কিছু দুৰৈত মাহবুব হাৰ্ডৱেৰ নামৰ কম্পিউটাৰ দোকানত বহুৱাই একাংশ ৰাইজৰ পৰা মাইনুল নামৰ দালাল এজনৰ জৰিয়তে ধন সংগ্ৰহ কৰে।পিছত লোক জনৰ এনে কৰ্ম কাণ্ডৰ বিষয়ে দগাওঁ আৰক্ষীয়ে জানিব পাৰি কম্পিউটাৰ দোকানৰ পৰা বায়মেট্ৰিক মেচিন সহ সামগ্ৰী সমুহ পুনৰ উন্নয়ন খণ্ডটোলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

এতিয়া প্ৰশ্ন হয় এন আৰ চিৰ কামত নিয়োজিত এগৰাকী কৰ্মচাৰীয়ে অতি গুৰুত্বপূৰ্ণ বায়মেট্ৰিক মেচিন নিজৰ কম্পিউটাৰ দোকানলৈ আনিবলৈ সুবিধা পালে কেনেকৈ?

ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.