ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত মৰণাস্ত্ৰসহ অভিযুক্ত গঁড় চিকাৰী

নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰৰ তৎপৰতাত শনিবাৰে পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমপীৰ হাৰমতি অঞ্চলত চলা এক অভিযানত, দীপ মুৰা নামৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে, জব্দ কৰে  দুটাকৈ ৰাইফল, এটা চাইলেন্সৰ আৰু ৮ জাই সজীৱ গুলী ৷

অভিযুক্ত গঁড় চিকাৰী
অভিযুক্ত গঁড় চিকাৰী
author img

By

Published : Feb 8, 2020, 7:38 PM IST

নগাঁও, 8 ফেব্ৰুৱাৰীঃ নগাঁৱত এসপ্তাহ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা অভিজিত গুৰাৱৰ তৎপৰতাত তীব্ৰ কৰি তোলা হৈছে অপৰাধীৰ বিৰুদ্ধে অভিযান ৷ নকল সোণ, গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ চোৰাং চিকাৰীৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত, আজি পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমপীৰ হাৰমতি অঞ্চলত চলা এক অভিযানত আৰক্ষীৰ দলটোৱে, প্ৰদীপ মুৰা নামৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে, জব্দ কৰে দুটাকৈ ৰাইফল, এটা চাইলেন্সৰ আৰু ৮ জাই সজীৱ গুলী ৷

নগাঁও আৰক্ষীৰ জালত মৰণাস্ত্ৰসহ অভিযুক্ত গঁড় চিকা

লগতে পঢ়ক ঃ বৰপেটাত ভুৱা কৃষকৰ নামত ব্যাপক কেলেংকাৰী

Intro:নগাওঁ আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰিল অসম গৌৰৱ। গঁড় চিকাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বাঁহৰ পতা এটা চোৰাং চিকাৰীক আটক কৰে নগাওঁ আৰক্ষীয়ে। চোৰাং চিকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটাকৈ ৰাইফল, এটা চাইলেন্সৰ আৰু ৮ জাই সজীৱ গুলী।

Body:আৰক্ষী অধীক্ষক হিচাপে নগাঁৱত অভিজিত গুৰাৱৰ এটা সপ্তাহ হৈছেহে। ইয়াৰ মাজতে অপৰাধীৰ বিৰুদ্ধে তীব্রতৰ কৰি তুলিছে অভিযান। নকল সোণ, চোৰাং গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ অভিযান চোৰাং চিকাৰীৰ বিৰুদ্ধেও। আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ তৎপৰতাত ৰক্ষা পৰিল অসম গৌৰৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমপীৰ হাৰমতি অঞ্চলত অত্যাধুনিক মৰণাস্ত্ৰ লৈ বাঁহৰ পাতিছিল এইজন চোৰাং চিকাৰী প্ৰমোদ মুৰা। গোপন সূত্ৰৰ ভিত্তিত নগাওঁ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে লাভ কৰিছিল এই খবৰ। আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত পুৱতি নিশাই অভিযান চলিল হাৰমতি অঞ্চলত। অভিযানত আৰক্ষীৰ দলটোৱে কুখ্যাত চোৰাং চিকাৰী প্ৰদীপ মুৰাক আটক কৰাৰ লগতে জব্দ কৰে দুটাকৈ ৰাইফল, এটা চাইলেন্সৰ আৰু ৮ জাই সজীৱ গুলী।
bite- অভিজিত গুৰাৱ, আৰক্ষী অধীক্ষক নগাওঁ

Conclusion:উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাওঁ জিলাত থকা এলেকাত এটাও গঁড় নিধন কৰিবলৈ নিদিয়াৰ সংকল্প আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ।
bite-
----------------------------------;----------------------

One rhino poacher retained with two rifles near from kaziranga national park

On the basis of a secret information regarding poaching activities at kaziranga national park an operation was launched by nagaon police in the area of Harmoti under jakhalabandha. detained one rhino poacher namely promud mura and recovered two rifles along with magazine and suppressor, 8 round live ammunition. the operation was carried out under the leadership of john das DSP (DSB). nagaon superintendent of police Ability gurav said that he would resolve the issue in the coming days so that no rhinoceros could be killed.
______________________________________________
Rakibul wahid, nagaon
8_2_20
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.