ETV Bharat / state

থানাৰ পৰা মুকলি হৈয়েই এজেৱাইচিপি নেতাৰ হুংকাৰ

author img

By

Published : Sep 7, 2020, 4:49 PM IST

থানাৰ পৰা মুকলি হৈয়েই হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ । বৃহৎ নদীবান্ধৰ কাম চলি থকালৈকে অব্যাহত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন ।

nagaon-ajycp-leader-released
থানাৰ পৰা মুকলি হৈয়েই এ জে ৱাই চি পি নেতাৰ হুংকাৰ

নগাঁও, 7 চেপ্টেম্বৰ : দেওবাৰে নিশা বৃহৎ নদীবান্ধৰ সামগ্ৰী কঢ়িওৱা চাৰিখনকৈ বাহন আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আটক হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতা কৰ্মীক সোমবাৰে পুৱা মুকলি কৰি দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়কঃ এনএইচপিচিৰ সামগ্ৰী কঢ়িওৱা বাহন জব্দ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

আৰক্ষী থানাৰ পৰা মুকলি হৈয়েই পুনৰ হুংকাৰ প্ৰদান কৰে এনএইচপিচি কৰ্তৃপক্ষৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক । বিজেপিক ঠগ,প্ৰৱঞ্চক আৰু মিছলীয়া দল আখ্যা দিয়ে সংঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰাই ।

লগতে পঢ়কঃ মাজনিশা পৰ্যন্ত উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

লগতে বৃহৎ নদীবান্ধৰ চলি থকালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে । ওৰে নিশা আৰক্ষী থানাতে ৰখাৰ কথা উল্লেখ কৰি চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদকাৰীক মানসিক শাস্তি প্ৰদানৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।

লগতে পঢ়ক: পুনৰ বৃদ্ধি পালে ডিজেল আৰু পেট্ৰলৰ দৰৰ ব্যৱধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.