ETV Bharat / state

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ধিঙৰ বিধায়ক আমিনুল ইছলাম

author img

By

Published : Apr 8, 2020, 8:58 PM IST

কোৱাৰেণ্টাইন চেণ্টাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি এতিয়া কাৰাগাৰত কোৱাৰেণ্টাইন হৈ আছে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । গ্ৰেপ্তাৰৰ দ্বিতীয় দিনা নাকচ হৈছে বিধায়ক ইছলামৰ জামিন আবেদন । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক আছুতীয়া প্ৰতিবেদন-

MLA Aminul Islam Update news Nagaon
ধিঙৰ বিধায়ক আমিনুল ইছলাম

নগাঁও,8 এপ্ৰিলঃ কোৱাৰেণ্টাইন চেণ্টাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি এতিয়া কাৰাগাৰত কোৱাৰেণ্টাইন হৈ আছে ধিং সমষ্টিৰ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলাম । গ্ৰেপ্তাৰৰ দ্বিতীয় দিনা নাকচ হৈছে বিধায়ক ইছলামৰ জামিন আবেদন । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

ধিঙৰ বিধায়ক আমিনুল ইছলাম

লগতে চাওকঃ বিতৰ্কিত মন্তব্য : বিধায়কৰ ঠিকনা হ'ল ৰঙাঘৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.