ETV Bharat / state

Wild elephant attack at Raha : বনভোজ খাবলৈ গৈ বন্যহস্তীৰ গচকত মৃত্যু যুৱকৰ

author img

By

Published : Dec 25, 2022, 7:37 PM IST

Updated : Dec 25, 2022, 10:22 PM IST

ৰহাৰ আমচৈত অঘটন ৷ বনভোজ খাবলৈ গৈ বন্যহস্তীৰ গচকত মৃত্যু হয় এজন যুৱকৰ (Wild elephant attack at Raha) ৷ নিহত যুৱকজনৰ নাম নিপুল বৰদলৈ বুলি জানিব পৰা গৈছে ৷ নিহত নিপুলৰ ঘৰ নামগাঁৱত ৷

Wild elephant attack at Raha
শিৱকুণ্ডৰ বনভোজস্থলীত অঘটন

বনভোজ খাবলৈ গৈ হাতীৰ গচকত মৃত্যু নিপুল বৰদলৈ
  • ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত অঘটন ৷
  • বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনভোজ খাবলৈ যোৱা যুৱক (Wild elephant attack at Raha)৷
  • নিহত যুৱকজন নামগাঁৱৰ নিপুল বৰদলৈ ৷
    Wild elephant attack at Raha
    হাতীৰ গচকত মৃত্যু নিপুল বৰদলৈ
  • দেওবাৰে বিয়লি শিৱকুণ্ডৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰে বনভোজকাৰী দলটোক (Wild elephant attack at Raha)৷
  • ফলত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় নিপুলৰ ৷

Last Updated : Dec 25, 2022, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.