ETV Bharat / state

ধৰমতুল ৰেঞ্জত চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ - dharamtul range

কাঠ কটা কৰত, কুঠাৰ আদি লৈ বন বিষয়া সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণ চোৰাং কাঠ চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ ৷

ধৰমতুল ৰেঞ্জত চাৰি দুধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ
author img

By

Published : May 18, 2019, 1:53 PM IST

ৰহা, 18 মে' : ধৰমতুল ৰেঞ্জত চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ । কাঠ কটা কৰত, কুঠাৰ আদি লৈ বন বিষয়া সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণ চোৰাং কাঠ বেপাৰীকেইটাৰ । দীৰ্ঘদিনে ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত দৌৰাত্ম্য চলাই আহিছিল সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং নামৰ চোৰাং বেপাৰীকেইটাই ৷

ধৰমতুল ৰেঞ্জত চাৰি দুধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ

উল্লেখ্য যে, এসময়ত মূল্যৱান শাল, চেগুণ, গমাৰি, তিতাচপা, কৰৈ আদি গছৰে ভৰপূৰ আমচৈ পাহাৰৰ মূল্যৱান গছ কাটি তহিলং কৰা কাঠ কটিয়া, ব্যৱসায়ী এতিয়া জালত পৰিছে বন বিভাগৰ । বিশেষকৈ ধৰমতুল ৰেঞ্জত বন বিষয়া হিচাপে সঞ্জীৱ বৰদলৈয়ে যোগদান কৰাৰ পাচৰে পৰা এজন এজনকৈ এইসকল অবৈধ ব্যৱসায়ী , কাঠকটিয়া বন বিভাগৰ হাতত ধৰা পৰি আত্মসমৰ্পণ কৰিছে ।

Intro:

ধৰমতুল ৰেঞ্জত চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পন। কাঠ কটা কৰত, কুঠাৰ আদি লৈ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পন চোৰাং কাঠ বেপাৰী কেইটাৰ। দীৰ্ঘ দিনে ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত দৌৰত্ম্য চলাই আহিছিল সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং নামৰ চোৰাং বেপাৰী কেইটাই।Body:

নিদ্ৰা হৰণ হৈছে চোৰাং কাঠ কটিয়াৰ পৰা আৰম্ভ কৰি চোৰাং কাঠ বেপাৰীৰ । এজনৰ পিছত এজনকৈ বন বিভাগৰ ওচৰত ধৰা পৰিছে চোৰাং কাঠৰ ব্যৱসায়ী । এসময়ত মূল্যবান শাল , চেগুণ , গমাৰি , তিতাচপা ,কৰৈ আদি গছৰে ভৰপূৰ আমচৈ পাহাৰৰ বিভিন্ন মূল্যবান গছ কাটি তহিলং কৰা কাঠ কটিয়া , ব্যৱসায়ী এতিয়া জালত পৰিছে বন বিভাগৰ । বিশেষকৈ ধৰমতুল ৰেণ্জত ৰেণ্জ বিষয়া হিচাপে সণ্জীব বৰদলৈয়ে যোগদান কৰাৰ পিছৰে পৰা এজন এজনকৈ এইসকল অবৈধ ব্যৱসায়ী , কাঠ কটিয়া বন বিভাগৰ হাতত ধৰা পৰি আত্মসমৰ্পণ কৰিছে । শনিবাৰে পুৱাই আমচৈ - ধৰমতুল ৰেঞ্জত চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীয়ে কাঠ কটা কৰত, কুঠাৰ আদি লৈ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পন কৰে । দীৰ্ঘ দিনে ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত দৌৰত্ম্য চলাই আহিছিল সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং নামৰ চোৰাং বেপাৰী কেইটাই।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.