ETV Bharat / state

নগাঁৱত অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা জব্দ

author img

By

Published : Apr 22, 2021, 3:18 PM IST

নগাঁৱত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ আবকাৰী বিভাগে এই অভিযানত এঘৰৰ পৰা জব্দ কৰে প্ৰায় ৬০ হাজাৰ টকাৰ বিলাতী সুৰাৰ বটল ।

illegal-wine-seized-in-nagaon
নগাঁৱত অবৈধ ভাৱে মজুত ৰখা বিলাতী সুৰা জব্দ

নগাঁও,22 এপ্ৰিল: নগাঁৱত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ নগাঁৱৰ কামপুৰ ৰাজাগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে বুধবাৰে নিশা অভিযান চলাইছিল আবকাৰী বিভাগে । এই অভিযানত বিভাগে এঘৰৰ পৰা জব্দ কৰে প্ৰায় ৬০ হাজাৰ টকাৰ বিলাতী সুৰাৰ বটল । কামপুৰৰ ৰাজগাঁৱৰ এঘৰত অবৈধভাৱে বিক্ৰীৰ বাবে ৰাখিছিল সুৰাখিনি । সন্ধিয়া ৬ বজাৰ পাছত সুৰাৰ বিপণী বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বিক্ৰীৰ বাবে অবৈধভাৱে মজুত কৰি ৰাখিছিল সুৰা ভৰ্তি কাৰ্টনসমূহ ।

লগতে পঢ়ক: অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.