ETV Bharat / state

সমাগত ঈদুজ্জোহা : উখল মাখল ৰূপহীহাটৰ চৌদিশ

ইছলাম ধৰ্মীয় লোকৰ পবিত্ৰ ঈদুজ্জোহা সমাগত ৷ উখল মাখল ৰূপহীহাটৰ চৌদিশ ৷

author img

By

Published : Aug 7, 2019, 3:43 PM IST

সমাগত ঈদুজ্জোহা

ৰূপহীহাট,7আগষ্ট : ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঈদুজ্জোহা সমাগত ৷ এই ঈদুজ্জোহাৰ বাবে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৰূপহীহাটৰ চৌদিশে ৷ এযোৰ নতুন সাজ পিন্ধাৰ লগতে সুস্বাদু খাদ্যৰ আৰু কুৰবানীৰ বাবে পশুধন বিচাৰি বজাৰসমূহত ভীৰ কৰিছেহি বহু লোকে ৷ নগাঁও জিলাৰ জুৰীয়া, ৰূপহী, ডুমডুমীয়া বজাৰত কুৰবানীৰ বাবে গৰু ,ম'হ, ছাগলী বিচাৰি ভীৰ কৰিছেহি একাংশ লোকে । একাংশ বিক্ৰেতাই ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পশুধনৰ মূল্য তিনি গুণ পৰ্যন্ত বৃদ্ধি কৰিছে ৷ একোটা গৰু,ম'হৰ মূল্য ডেৰলাখ হোৱাৰ বিপৰীতে ছাগলীৰ মূল্য ৩০ ৰ পৰা ৩৫হাজাৰ হৈছে পৰ্যন্ত হৈছে জুৰীয়া বজাৰত ৷

Intro:ইছলাম ধৰ্মীয় লোকৰ পবিত্ৰ ঈদুজ্জোহা সমাগত ৷ ওখল মাখল ৰূপহীহাটৰ চৌদিশ ৷Body:ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঈদুজ্জোহা সমাগত ৷ওখল মাখল ৰূপহীহাটৰ চৌদিশ ৷

ইছলাম ধৰ্মালম্বীৰ লোক সকলৰ পবিত্ৰ ঈদুজ্জোহা সমাগত,মাজত মাথো কেইটামান দিন।চৌদিশে এক ওখল মাখল পৰিবেশ।বয় বস্তুৰ আকাশলংঘী দামেও যেন ম্লান পেলাব পৰা নাই মনৰ উৎসাহ।নিজৰ কণমানি সন্তানক নতুন কাপোৰ এজোৰ কিনি দিয়াৰ লগতে নিজলৈও কিবা এটা কিনাৰ হাবিয়াস সামৰিব পৰা নাই সাধাৰণ লোক এজনেও। দোকান বজাৰ সমূহত ক্ৰমশ ক্ৰেতাৰ ভীৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কুৰবানীৰ বাবে পশুধন বিচাৰি বজাৰ সমূহত ভীৰ কৰিছেহি একাংশ‌ই।নগাঁও জিলাৰ জুৰীয়া ৰূপহী, ডুমডুমীয়া বজাৰত এতিয়া কুৰবানীৰ বাবে গৰু ,মহ, ছাগলী বিছাৰি ভীৰ কৰিছেহি একাংশ বিত্তশালী লোকে।ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহন কৰিছে একাংশ বিক্ৰেতাই।পশু ধনৰ দাম তিনি গুণ পৰ্যন্ত বৃদ্ধি কৰি এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিছে।একোটা গৰু,মহৰ মূল্য ডেৰলাখ পৰ্যন্ত হৈছে জুৰীয়া বজাৰত।সেইদৰে ছাগলীৰ দাম ৩০ ৰ পৰা৩৫হাজাৰ হৈছে।মুঠতে ঈদৰ বজাৰত কুৰবানীৰ বাবে পশুধন কিনিবলৈ লানি লাগিছে একাংশ লোকৰ ৷
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.