ETV Bharat / state

ৰহাৰ আমচৈত অচেতন অৱস্থাত উদ্ধাৰ যোৰহাটৰ যুৱতী

author img

By

Published : Aug 6, 2019, 12:07 PM IST

ৰহাৰ আমচৈত পথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতী ৷ অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকী যোৰহাটৰ বিনীতা গড়

ৰহাৰ আমচৈত অচেতন অৱস্থাত উদ্ধাৰ যোৰহাটৰ যুৱতী

ৰহা, 6 আগষ্টঃ ৰহাৰ আমচৈত পথৰ দাঁতিত উদ্ধাৰ হয় এগৰাকী যুৱতী ৷ অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকী যোৰহাটৰ বিনীতা গড় বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ স্থানীয় লোকে যুৱতীগৰাকীক অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ কপিলী নৈৰ দাঁতিৰ মথাউৰিৰ পৰা আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশ্যে কেনেদৰে যুৱতীগৰাকী সেই স্থান পালেহি সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

Intro:ৰহাৰ আমচৈত অচেতন অৱস্থাত উদ্ধাৰ যোৰহাটৰ যুৱতী ।Body:ৰহাৰ আমচৈৰ পূববোলাত ৰহস্যজনকভাবে মঙলবাৰে পুৱা উদ্ধাৰ হয় এগৰাকী যুৱতী । কপিলী নদীৰ মথাউৰিৰ দাঁতিৰ খাৱৈত উদ্ধাৰ হয় যুৱতী গৰাকী । যুৱতী গৰাকীক যোৰহাটৰ বিনীতা গড় বুলি চিনাক্ত কৰা হৈছে । বিনীতাৰ পিতৃৰ নাম মাধৱ গড় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । আমচৈ আৰক্ষীয়ে যুৱতীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.