ETV Bharat / state

নগাঁৱত ৰাইজৰ ৰোষত ভণ্ড বাবা

author img

By

Published : Oct 13, 2019, 4:08 PM IST

নগাঁৱৰ পুৰণিগুদামৰ পৰা আটক এজন ভণ্ড বাবা ৷ বহু দিনৰ পৰা বাবাজীৰ ৰূপ লৈ গাঁৱত উপদ্ৰৱ চলাই আহিছিল মিন্টু চমুৱা নামৰ ভণ্ড বাবাজীজনে ৷ পুলিচে আটক কৰা চেগতে উত্তেজিত ৰাইজে লপা থপা দিয়ে ভণ্ড মিন্টু চমুৱাক।

নগাঁৱত ৰাইজৰ ৰোষত ভণ্ড বাবা

নগাঁও, 13 অক্টোবৰ: নগাঁৱৰ পুৰণিগুদামৰ মুঢ়ানিত ভণ্ড বাবাক উত্তম মাধ্যম শোধালে ৰাইজে । ৰাইজৰ অভিযোগ মতে, দেওবাৰে পুৱা মুঢ়ানিৰ মিন্টু চমুৱা নামৰ যুৱকজনে ভণ্ড বাবাৰ ৰূপ লৈ প্ৰতিবেশীৰ ঘৰত উপদ্ৰৱ চলাই । মিন্টু চমুৱাৰ চুৰিৰ আঘাতত আহত হয় গগন পাঠক আৰু লম্বোদৰ পাঠক নামৰ দুজনকৈ লোক। ইয়াৰোপৰি চুবুৰীয়াৰ ঘৰৰ সামগ্ৰীটো অগ্নিসংযোগ কৰে মিণ্টুৱে।

নগাঁৱত ৰাইজৰ ৰোষত ভণ্ড বাবা

মিন্টুৰ এনেবোৰ কাণ্ডৰ ফলতে ক্ষুদ্ধ ৰাইজে মিন্টুক ধৰিবলৈ চেষ্টা কৰে যদিও যুৱকজনে ভিতৰৰ পৰা ৰাইজলৈ শিল দলিয়াই । পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ ভণ্ড বাবাজী মিন্টু চমুৱাক আটক কৰে । পুলিচে আটক কৰা চেগতে উত্তেজিত ৰাইজে লপা থপা দিয়ে ভণ্ড মিন্টু চমুৱাক। ইতিমধ্যে পুলিচে ভণ্ড বাবাজীৰ কোঠাৰ পৰা বহু নিচাজাতীয় দ্ৰৱ্য জব্দ কৰা বুলি জানিবলৈ দিয়ে ৷ মিন্টু চমুৱাই নিচাজাতীয় দ্ৰৱ্য সেৱন কৰি পূৰ্বতেও নিজৰ ঘৰত উপদ্ৰব চলোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। সম্প্ৰতি চামগুৰি আৰক্ষীৰ জিম্মাত আছে ভণ্ড বাবা মিন্টু চমুৱা।

Intro:ভণ্ড বাবাক ৰাইজৰ উত্তম মাধ্যম। Body:নগাঁৱৰ পুৰণিগুদামৰ মুঢ়ানিত ভণ্ড বাবাক উত্তম মাধ্যম ৰাইজৰ ।মুঢ়ানিৰ মিন্টু চমুৱা নামৰ যুবকজনে ভণ্ড বাবাৰ ৰূপ ধাৰণ কৰি প্ৰতিবেশীৰ ঘৰত উপদ্ৰব চলাইছিল দেওবাৰে পুৱাই।ভণ্ড মিন্টু চমুৱাই চুৰিকাঘাট কৰি আহত কৰিছিল গগন পাঠক আৰু লম্বোদৰ পাঠক নামৰ দুজনকৈ লোকক।আনকি চুবুৰীয়াৰ ঘৰৰ সামগ্ৰীত অগ্নিসংযোগ কৰিছিল ভণ্ড বাবাই।তাৰ পিছতেই ৰাইজে ভণ্ড মিন্টুক ধৰিবলৈ যাওতেই ভিতৰৰ পৰা শিল দলিয়াইছিল ৰাইজলৈ।ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আটক কৰে ভণ্ড বাবাজী মিন্টু চমুৱাক।তাৰ পিছতেই উত্তেজিত ৰাইজে লপা থপা দিলে ভণ্ড মিন্টু চমুৱাক।আনহাতে ভণ্ড বাবাজীৰ কোঠাত আছিল পূজাৰ বিভিন্ন সামগ্ৰী।মিন্টু চমুৱাই নিচাজাতীয় দ্ৰব্য সেৱন কৰি পূৰ্বতেও নিজৰ ঘৰত উপদ্ৰব চলাইছিল।যাৰ বাবে তেওৰ পত্নী মাতৃগৃহলৈ ওভতি গৈছিল। সঠিক সময়ত ৰাইজ অবগত নোহোৱা হ'লে হয়তো এদিন কোনো ভয়ঙ্কৰ ঘটনা সংঘটিত কৰিলেহেতেন ভণ্ড বাবাজীয়ে।সম্প্ৰতি চামগুৰি আৰক্ষীৰ জিম্মাত আছে ভণ্ড বাবা মিন্টু চমুৱা।
Bite:public
---------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ।
13,10, 19 Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.