ETV Bharat / state

Forest Bandit Surrendered: বাল্মিকী হোৱাৰ প্ৰতিশ্ৰুতি চাৰি বনদস্যুৰ

হাতত হস্তনিৰ্মীত বন্দুক লৈ আত্মসমৰ্পণ চাৰি যুৱকৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত আত্মসমৰ্পণ কৰিলে চাৰি বনদস্যুয়ে (Forest bandit surrendered in Kaziranga) ৷

Forest Bandit Surrendered
বাল্মিকী হোৱাৰ প্ৰতিশ্ৰুতি চাৰি বনদস্যুৰ
author img

By

Published : Jun 14, 2022, 9:30 PM IST

কলিয়াবৰ, 14 জুন: ৰত্নাকৰ বাল্মিকীলৈ ৰূপান্তৰিৰ হোৱা প্ৰতিশ্ৰুতিৰে চাৰি যুৱকৰ আত্মসমৰ্পণ ৷ হাতত হস্তনিৰ্মিত বন্দুক লৈ আত্মসমৰ্পণ চাৰি যুৱকৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত আত্মসমৰ্পণ বনদস্যুৰ চাৰিটাৰ (Forest bandit surrendered in Kaziranga)৷

বাল্মিকী হোৱাৰ প্ৰতিশ্ৰুতি চাৰি বনদস্যুৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ(Kaziranga Tiger Reserve) বন বিষয়া ৰমেশ গগৈৰ উপস্থিতিত আত্মসমৰ্পণ ৪ বনদস্যুৰ । আত্মসমৰ্পণ কৰা চাৰি যুৱক ক্ৰমে- অনিত তাঁতী, ৰাহুল ভূমিজ, ইচাক প্ৰধান আৰু এতোৱা মুণ্ডা । দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বনাঞ্চলত চাৰি বন দস্যুয়ে পশু-পক্ষী হত্যা কৰি আহিছিল । নিজৰ কু-কৰ্মৰ বাবে অনুশোচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰে চাৰিও যুৱকে ।

ভৱিষ‍্যতে সৎ নাগৰিকৰূপে পশু-পক্ষীক ৰক্ষণা-বেক্ষণ কৰাৰ ক্ষেত্ৰত কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি দিয়ে এই চাৰি যুৱকে । সদ্যহাতে চাৰি যুৱকৰ এনে উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ আইনী ব্যৱস্থা নলয় বুলি জনায় বন বিষয়াই ।

লগতে পঢ়ক: সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.