ETV Bharat / state

ভূমিকম্পত নগাঁৱত খহিল অট্টালিকাৰ অংশ - নগাঁও

নগাঁৱত ভূমিকম্পৰ জোকাৰণিত খহি পৰে অট্টালিকাৰ কিছু অংশ। নগাঁৱৰ আমিনপট্টিৰ লুটফুৰ ৰহমান নামৰ লোকজনৰ গৃহত সংঘটিত হয় এই ঘটনা ৷

ভূমিকম্পত নগাঁৱত খহিল অট্টালিকাৰ অংশ
author img

By

Published : Jul 19, 2019, 4:56 PM IST

নগাঁও,19জুলাইঃ শুকুৰবাৰে দিনত অহা ভূমিকম্পৰ জোকাৰণিত নগাঁৱত খহি পৰে অট্টালিকাৰ কিছু অংশ। ৰিখতাৰ স্কেলত 5.5 আৰু 3.8 প্ৰাবল্যৰ ভূমিকম্পত খহি পৰে আমিনপট্টিৰ লুটফুৰ ৰহমান নামৰ লোকজনৰ অট্টালিকাৰ ছাদৰ কিছু অংশ। লগে লগে হাহাকাৰ লাগে পৰিয়ালটোত। অৱশ্যে কোনো লোক আহত হোৱা নাই যদিও আতংকিত হৈ পৰে পৰিয়ালটো ।

Intro:নগাঁৱতো ভূমিকম্পৰ জোকাৰণি। খহি পৰিল অট্টালিকাৰ ছাদ।

Body:কিছুসময় পূৰ্বে হোৱা ভূমিকম্পৰ জোকাৰণিত নগাঁৱত খহি পৰে অট্টালিকাৰ ছাদ। ৰিখতাৰ স্কেলত 5.5 আৰু 3.8 প্ৰাবল্যৰ ভূমিকম্পিত খহি পৰে আমিনপট্টিৰ লুটফুৰ ৰহমান নামৰ লোকজনৰ অট্টালিকাৰ ছাদ। লগে লগে হাহাকাৰ লাগে পৰিয়ালটোত। অৱশ্যে কোনো লোক হতাহত হোৱা নাই যদিও আতংকিত হৈ পৰে পৰিয়ালটোৰ সদস্য।
bite.
----------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৯-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.